Krishna Kraft Productions

Krishna Kraft Productions Krishna Kraft Productions is a film production house known for producing Jollywood films like Advitya - the first Assamese Superhero film.

Welcome to the official page of Krishna Kraft Productions, a film production house based in Jorhat, Assam. It is founded by Arindam Sharma.

আদ্ভিত্য / Advitya - The First Assamese Superhero Film is running successfully on A1FLIX. Aduience Reviews the film with...
10/02/2024

আদ্ভিত্য / Advitya - The First Assamese Superhero Film is running successfully on A1FLIX. Aduience Reviews the film with 5⭐️ Ratings. Click the link below to watch the film for just Rs.120 /- only. Limited time offer. Hurry Up. FILM LINK: 👇👇

Watch Advitya, the very first Super Hero film produced in the Assamese Film Industry. Written and directed by Arindam Sharma, the film features popular actor Arnab Ayan along with new faces Pranjal Saikia and Niha Rani Das.

অসমীয়া প্ৰথমখন ছুপাৰ হিৰ' কেন্দ্ৰিক পূৰ্ণদৈৰ্ঘৰ চলচ্চিত্ৰ 'আদ্ভিত্য'এতিয়া A1FLIXত উপলব্ধ। আদ্ভিত্য এতিয়া ৰাইজৰ চিনেমা...
07/02/2024

অসমীয়া প্ৰথমখন ছুপাৰ হিৰ' কেন্দ্ৰিক পূৰ্ণদৈৰ্ঘৰ চলচ্চিত্ৰ 'আদ্ভিত্য'এতিয়া A1FLIXত উপলব্ধ। আদ্ভিত্য এতিয়া ৰাইজৰ চিনেমা। সকলোৱে চাই যেন... তাৰেই কামনাৰে।তলৰ লিংকটোত গৈ ছবিখন আপোনালোকে চাব পাৰিব। ✨🙏❤️👇

23/01/2024

সমূহ অসমীয়া ছবি প্ৰেমী দৰ্শকলৈ আগবঢ়াই দিছোঁ প্ৰথমখন অসমীয়া-ছুপাৰহিৰো কেন্দ্ৰিক চলচ্চিত্ৰ 'আদ্ভিত্য'ৰ ট্ৰেইলাৰ। ছবিখন মুক্তি পাব' A1FLIX.COM নামৰ নতুনকৈ অহা মনোৰঞ্জন ধৰ্মী ৱেবচাইটটোত অহা ৬ ফেব্ৰুৱাৰী তাৰিখে। ছবিখন পৰিচালনা কৰিছে নৱ প্ৰজন্মৰ অৰিন্দম শৰ্মাই। আন অসমীয়া ছবি সমূহতকৈ কিছু বেলেগ বিষয়-বস্তুৰে নিৰ্মিত 'আদ্ভিত্য'ত দৰ্শকে এক নতুনত্ব পাব। আমাৰ আহ্বান - ৰাইজে "আদ্ভিত্য" ছবিখন আদৰি লয় যেন। যদি ট্ৰেইলাৰটো চাই এক নতুনত্ব পালে তেনেহলে সকলোৱে শ্বেয়াৰ কৰে যেন। ছবিখন A1FLIX.COM 'ত ৬ ফেব্ৰুৱাৰীৰ পৰা চাব পাৰিব। অসম মাতৃৰ সদায় জয় হওঁক । অসমীয়া চিনেমাৰ জয় হওঁক ।

Please Visit 👉 www.a1flix.com

Address

Jorhat
785006

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Krishna Kraft Productions posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Our Story

KrrishnaKraft Productions is a media and film production house based in Jorhat. It is founded by filmmaker Arindam Sharma in 2016.