Current Clicks

Current Clicks Welcome to Current Clicks – Your Pulse on What’s Happening Now! Stay ahead with the latest trends, breaking news, viral stories, and must-know updates.
(1)

At Current Clicks, we bring you quick, engaging, and trustworthy content.

📢 ভাৰতৰ অন্যতম শ্ৰেষ্ঠ গেষ্ট্ৰ’এণ্টাৰ’লজী বিশেষজ্ঞ এতিয়া যোৰহাটত🏥 MEDICOVER HOSPITALS, HYDERABAD ৰ উদ্যোগত  📍 Excel Dia...
09/05/2026

📢 ভাৰতৰ অন্যতম শ্ৰেষ্ঠ গেষ্ট্ৰ’এণ্টাৰ’লজী বিশেষজ্ঞ এতিয়া যোৰহাটত

🏥 MEDICOVER HOSPITALS, HYDERABAD ৰ উদ্যোগত
📍 Excel Diagnostics, যোৰহাটত অনুষ্ঠিত হ’ব বিশেষ চিকিৎসা পৰামৰ্শ শিবিৰ।

👨‍⚕️ ডাঃ G Harsha Vardhan Reddy
MBBS, MD (Internal Medicine),
DM (Medical Gastroenterology) (Osmania)
Senior Consultant Gastroenterologist

🗓 তাৰিখ: ১৭ মে’ ২০২৬, দেওবাৰ
🕐 সময়: দুপৰীয়া ১ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ

📍 স্থান: Excel Diagnostics
মহাত্মা গান্ধী ৰোড,
পুৰণি পাব্লিক বাছ ষ্টেণ্ডৰ সন্মুখত,
যোৰহাট, অসম – ৭৮৫০০১

🔹 বিশেষ দক্ষতা:
✔ Advanced Endoscopic Procedures
✔ ERCP & Pancreatic Interventions
✔ Endoscopic Ultrasound (EUS)
✔ POEM Procedure
✔ EMR & ESD
✔ Colonoscopy & Polypectomy
✔ Variceal Therapy আৰু বহুতো উন্নত চিকিৎসা ব্যৱস্থা

04/05/2026

Celebrating my 10th year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

04/05/2026

যোৰহাটৰ হিতেন্দ্ৰ নাথ গোস্বামী ২১ হেজাৰৰো অধিক ভোটত বিজয়ী।

04/05/2026

যোৰহাটৰ পৰা হিতেন্দ্ৰ নাথ গোস্বামী বিজয়ী হোৱাৰ পথত। আৰু মাত্ৰ তিনিটা ৰাউণ্ড বাকী।।। লীড ১৬২৮০

04/05/2026

Jorhat 3rd round, Hitendra Nath Goswami of BJP leads by 4132 votes.

08/04/2026

যোৰহাটত ভোট গ্ৰহণৰ পূৰ্বে চাঞ্চল্যকৰ ঘটনা

যোৰহাটত ভোট গ্ৰহণৰ আগমুহূৰ্তত এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। ককিলামুখ শান্তি আশ্ৰমৰ মাঠাউৰি অঞ্চলত এজন ব্যক্তিৰ মৃ$তদেহ উদ্ধাৰ কৰা হৈছে।

উদ্ধাৰ হোৱা মৃত ব্যক্তি টিয়ক সমষ্টিৰ অন্তৰ্গত ঢেকৰগড়া ব্লকৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ আমিৰ আলি বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ মৃ$তদেহত বিভিন্ন স্থানত আঘাতৰ চিন পৰিলক্ষিত হৈছে বুলি জানিব পৰা গৈছে।

ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই, আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

🔴 যোৰহাটত অঘটন! কংগ্ৰেছ নেতাক হত্যা। ঢেঁকৰগড়া ব্লকৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ আমিৰ আলীক হত্যা। যোৰহাট জিলাৰ টীয়ক বিধানসভ...
08/04/2026

🔴 যোৰহাটত অঘটন! কংগ্ৰেছ নেতাক হত্যা। ঢেঁকৰগড়া ব্লকৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ আমিৰ আলীক হত্যা। যোৰহাট জিলাৰ টীয়ক বিধানসভা সমষ্টিৰ ঢেঁকৰগড়া ব্লকৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ আমিৰ আলিক হত্যা। ককিলা মুখৰ মথাউৰিৰ ওপৰত কিছু সময়ৰ পূৰ্বে উদ্ধাৰ হৈছে মৃতদেহ। মৃত শৰীৰৰ ভিন্ন স্থানত আছে আঘাতৰ চিন।

Ex-MLA Rana Goswami Named Co-Convenor for Jorhat District in Assam 2026 PollsJorhat, March 30, 2026: In a significant de...
30/03/2026

Ex-MLA Rana Goswami Named Co-Convenor for Jorhat District in Assam 2026 Polls

Jorhat, March 30, 2026: In a significant development ahead of the Assam Assembly elections 2026, former MLA Rana Goswami has been appointed as co-convenor for Jorhat District by the party leadership.
The announcement underscores Goswami’s enduring influence in the region, where he previously served as MLA and championed local development issues. Party sources indicate his role will focus on coordinating campaign strategies, mobilizing grassroots workers, and strengthening voter outreach in key constituencies.

Goswami expressed enthusiasm, stating, “Honored to contribute to Jorhat’s progress. Together, we’ll build a stronger future.”

WAR BREAKING: 🔴 ইজৰাইলৰ চীফ অফ ষ্টাফ এয়াল জামিৰে সতৰ্ক কৰি দিছে যে বহুবিধ ফ্ৰণ্টত যুদ্ধ কৰি থকাৰ সময়ত ক্ৰমবৰ্ধমান চাহিদা...
27/03/2026

WAR BREAKING: 🔴 ইজৰাইলৰ চীফ অফ ষ্টাফ এয়াল জামিৰে সতৰ্ক কৰি দিছে যে বহুবিধ ফ্ৰণ্টত যুদ্ধ কৰি থকাৰ সময়ত ক্ৰমবৰ্ধমান চাহিদা আৰু সৈন্যৰ অভাৱৰ বাবে আইডিএফ “নিজৰ মাজতে ধ্বংস হৈ পৰিব”। তেওঁ নতুন নিয়োগ আইনৰ বাবে আহ্বান জনাইছে।

21/03/2026

টীয়ক সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলিব ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে।

🔴 জল্পনা কল্পনাৰ অন্ত 🔴 তিতাবৰত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাণ কুৰ্মী
20/03/2026

🔴 জল্পনা কল্পনাৰ অন্ত

🔴 তিতাবৰত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাণ কুৰ্মী

Address

Old Balibat
Jorhat
785001

Alerts

Be the first to know and let us send you an email when Current Clicks posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Current Clicks:

Share