শব্দ

শব্দ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from শব্দ, Digital creator, Jorhat.

🔥ঈশ্বৰৰ বাহিৰে এই জগতত সত্য কোনো নাই
🔥ভাল লাগিলেহে follow কৰিব এনেই নকৰিব ।
😬🍔🧀➡😎 I am very simple
➡🛐 believe in God 🙏
➡🎧Music Lover🎶
➡I 🖤 MY ❤️ family ❤️
➡😉love poem,sky, honesty, 😛
➡Royal Entry on Feb😌 🎂

পুৱাৰ চাহ কাপ খাই লওঁ 🙏 সুপ্ৰভাত সকলোকে ।  ----------
07/07/2025

পুৱাৰ চাহ কাপ খাই লওঁ 🙏
সুপ্ৰভাত সকলোকে ।


----------

28/06/2025

স্কুল পঢ়ি থাকোতে টিফিন কৰি দিয়ে মায়ে আৰু evng ভোক লাগিলে প্ৰায়ে খাও 🤗 ..আজি mrng মন গল সেয়ে ভাবিলোঁ খাওঁ বনাই, 😬😬😬

💚কোনে কোনে খাইছে বাৰু ?

🎉 Facebook recognised me for starting engaging conversations and producing inspiring content among my audience and peers...
18/06/2025

🎉 Facebook recognised me for starting engaging conversations and producing inspiring content among my audience and peers!

ভাল লগা পৰিবেশ 💚
16/06/2025

ভাল লগা পৰিবেশ 💚

আজি housefull5 চালোঁ । বহু দিনৰ পাছত চিনেমা হলত চাইছোঁ । ভাল লাগিল ।    ゚    #সুপ্ৰভাত
15/06/2025

আজি housefull5 চালোঁ । বহু দিনৰ পাছত চিনেমা হলত চাইছোঁ । ভাল লাগিল ।

゚ #সুপ্ৰভাত

15/06/2025

যিবোৰ নাৰী নামত কলংক সনা এচাম আছে ,,আৰু সিহঁতি সমাজক care নকৰি অশ্লীল ভংগী দি video বা reels আদি বনাই আৰু পৰকীয়াত লিপ্ত সেই বনৰ পক্ষী বোৰৰ ওপৰত আহক আমি সকলোৱে মিলি ( সকলো জাতীয় দল সংগঠন ,সচেতন নাগৰিক) ইহঁতৰ ওপৰত ব্যৱস্থা লওঁ ।

#সুপ্ৰভাত

যিটো গৰম পৰিছে , পুৱাই খাই দিলোঁ 😬     #সুপ্ৰভাত    ゚
13/06/2025

যিটো গৰম পৰিছে , পুৱাই খাই দিলোঁ 😬

#সুপ্ৰভাত ゚

ঘৰৰ খিৰিকী খন খুলিয়েই যদি ৰাতিপুৱা কেঁচামাটিৰ গোন্ধ কণ পাওঁ ☺️☺️..এইচ... কিমান যে আপোন আপোন লাগে পৃথিৱীখন বুজাই কব নোৱাৰ...
12/06/2025

ঘৰৰ খিৰিকী খন খুলিয়েই যদি ৰাতিপুৱা কেঁচামাটিৰ গোন্ধ কণ পাওঁ ☺️☺️..এইচ... কিমান যে আপোন আপোন লাগে পৃথিৱীখন বুজাই কব নোৱাৰি !


কিবা  এটা লিখিব মন গ'ল 😥,  আজিৰ সময়বোৰ বৰ বেয়া হৈ আহিছে । বিশ্বাস বোৰ দেখোন একেবাৰে নাইকিয়া হৈ পৰিল । মানুহবোৰ দেখোন জন্...
11/06/2025

কিবা এটা লিখিব মন গ'ল 😥, আজিৰ সময়বোৰ বৰ বেয়া হৈ আহিছে । বিশ্বাস বোৰ দেখোন একেবাৰে নাইকিয়া হৈ পৰিল । মানুহবোৰ দেখোন জন্তুৰ দৰে হিংশ্ৰু হৈ আহিছে ! এখন সংসাৰ পতা ইমান সহজ নহয় যিদৰে গোট বোৰত পাত্ৰ পাত্ৰী লাগে বুলি আমি post কৰোঁ । পুৰণি এটা সম্পৰ্ক শেষ হবলৈ এটা দিনৰো সময় নালাগে দেখোন আজি কালি ! আকৌ অবৈধ সম্পৰ্কৰ বাবে হত্যাৰ দৰে চৰম পন্থা মানুহে ইমান সহজে লব পাৰে নে আজি কালি !!? মানুহবোৰ কিয় অ মানুহ হল বাৰু !? ভয় আৰু কেৱল ভয় হয় এতিয়া ,,, সম্পৰ্কত বিশ্বাস ,আস্থা কিমান দূৰ কোনে ধৰি ৰাখিব পাৰে বুলি ! .... সকলোকে কওঁ ,,,,আপোনালোকে চাকৰি বা ধন বল চাই বিয়া নকৰিব , টকা প্ৰয়োজন হয় কিন্তু দালি ভাত খায়ও যদি এটা সম্পৰ্কত বিশ্বাস আস্থা থাকে তেন্তে আজিৰ দিনত আপোনাতকৈ সুখী আৰু সুস্থ সম্পৰ্ক মই ভাবোঁ কাৰো নাই । 🙏

,,,কি কয় আপোনালোকে ??

ঘৰৰ পাচলিবোৰ ছিঙি য়ে ভাল লাগে, যদিও কম পৰিমাণে তথাপিও ঘৰৰ local maal 🤣 #সুপ্ৰভাত
09/06/2025

ঘৰৰ পাচলিবোৰ ছিঙি য়ে ভাল লাগে, যদিও কম পৰিমাণে তথাপিও ঘৰৰ local maal 🤣

#সুপ্ৰভাত

Address

Jorhat
785630

Website

Alerts

Be the first to know and let us send you an email when শব্দ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share