Chawpha World

Chawpha World Short clips of Movies & Series

যোৰহাট টীয়কৰ ইতিহাসত এনে ভয়াৱহ দৃশ্য বোলে ৫০-৬০ বছৰেও কোনেও দেখা নাছিল... 💔🌊বাবে-ফুৰে শুনি অহা বয়োবৃদ্ধসকলৰ মুখৰ কথা আ...
21/07/2026

যোৰহাট টীয়কৰ ইতিহাসত এনে ভয়াৱহ দৃশ্য বোলে ৫০-৬০ বছৰেও কোনেও দেখা নাছিল... 💔🌊
বাবে-ফুৰে শুনি অহা বয়োবৃদ্ধসকলৰ মুখৰ কথা আজি নিজৰ চকুৰে দেখিবলগীয়া হ’ল। আমাৰ শান্ত-সমাহিত টীয়কখন আজি পানীত একাকাৰ। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ কৰি গাঁৱে-ভূঞে, ঘৰে-দুৱাৰে কেৱল পানী আরু পানী।
যি টীয়কত কেতিয়াও এনেদৰে ঘৰ-বাৰী, দোকান-পোহাৰ ডুব যোৱা নাছিল, আজি তাত মানুহৰ হাহাকাৰ আৰু দুৰ্দশা দেখি বুকুখন ফাটি গৈছে। বৰলুইত আৰু নিজৰা-নৈবোৰৰ এই ৰুদ্ৰৰূপে সকলোকে নিঃস্ব কৰি পেলালে।
ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, টীয়কবাসী ৰাইজক এই কঠিন সময়ত সাহ আৰু শক্তি দিয়ক। পানী সোনকালে শুকাই যাওক আৰু সকলো সুৰক্ষিত হৈ থাকক। 🙏

01/05/2026

Bharat Mata ki Jay 🇮🇳❣️
I Love my India 🇮🇳

01/05/2026
16/10/2025

03/10/2025

Urgent Requirement

Security Guards

Location - Meghalaya/Assam
Age- 20-50 years
Experience - Fresher
CTC- 16000-20000 Per Month (Including EPF + Health Insurance)

Contact - 9435498681 (Whatsapp - 8812081221)

23/09/2025

Stay well in the land of Moon Zubeen Da

23/09/2025

ZG😭

09/09/2025

Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when Chawpha World posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share