26/08/2026
অৰুণাচল যাবলৈ মোক ১লাখ টকা দিছিল মোৰ বয়ফ্ৰেণ্ডে দিছিল সেই কাৰণে লৈছিলোঁ*
আই ফোন লবলৈ মোক অলপ পইচা দিছিল*
নিজৰ বয়ফ্ৰেণ্ডক কোনোবাই ব্লেকমেইল কৰে নেকি*
মই ঘৰৰ এক মাত্ৰ ছোৱালী মোৰ মা দেউতাৰ সন্মান নাই কিয়া কৰি দিলে