Rekha moni

Rekha moni সকলো অসম বাসী ৰাইজলৈ নমস্কাৰ জনাইছোঁ ।
মানুহৰ সেৱাৰ মাজেদিহে মই ঈশ্বৰক লগ পাবলৈ বিছাৰোঁ। কাৰণ ঈশ্বৰ আছে মানুহৰ অন্তৰত।

😩😩😩😩😩🌛🌛🌛উফ্ কিযে গৰম পৰিছে ঐ ।🌞🌞 হঠাতে মনত পৰিল ওচৰৰে বৌ এজনীৰ ঘৰত লমা লমে ক"লা জামু লাগি আছে। ৰাতি পুৱাতে গৈ বুটলি আনি ...
07/07/2025

😩😩😩😩😩🌛🌛🌛উফ্ কিযে গৰম পৰিছে ঐ ।🌞🌞 হঠাতে মনত পৰিল ওচৰৰে বৌ এজনীৰ ঘৰত লমা লমে ক"লা জামু লাগি আছে। ৰাতি পুৱাতে গৈ বুটলি আনি ভাল কৈ ধুই থলো। তাৰ পিছত এটা ডাঙৰ বাচনত জামু খিনি বাকী তাতে অলপ পানী দি অলপ সময় সিজাই ললো। সিজাই লৈ ঠাণ্ডা হবলৈ থৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত চেকণিৰে চেকি বতলত ভৰাই ফ্ৰিজত থৈ দিলোঁ ।এতিয়া আকৌ ইমান গৰম লাগিছে বুলো তাৰে এগিলাছ চৰবত খাওঁ খোৱাৰ আগত তাতে অলপ চেনী, নিমখ, আৰু নেমু অলপ চেপি ধুনীয়াকৈ ঘুটি ললোঁ । এতিয়া দিয়া শুহি, লগে লগে শৰীৰ আহিব ঠাণ্ডা পৰি 🧋🧋🧋🧋
উফ্ কিযে হুৱাদ অ । আপোনালোকে খাইছেনে এনেকৈ যদি খোৱা নাই এবাৰ খাই চাওঁক না কিমান যে হুৱাড
তাৰ লগতে হেনো জামু ৰসে বহুত কিটা বেমাৰৰ প্ৰতিৰোধ কৰে 🧋🧋🧋🧋🧃🧃🧃🧃🧃

05/07/2025
04/07/2025
04/07/2025
27/06/2025

যিবিলাক মানুহে আপোনাক কেৱল নিজৰ প্ৰয়োজনৰ সময়তহে মনত পেলায়, সেইবিলাক মানুহক কোনো কাৰনতে হৃদয়ত ঠাই নিদিব । অন্যথা আপুনি আঘাত পোৱাতো নিশ্চিত ।

26/06/2025

Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when Rekha moni posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share