Mamu Borah Gogoi

সুপ্ৰভাত 🌸ভগৱানক অশেষ ধন্যবাদ, আজি আকৌ এটি নতুন দিন উপহাৰ দিয়াৰ বাবে। আশা, শান্তি আৰু সুখেৰে সকলোৰে দিনটো ভৰি থাকক। 🙏 #...
20/08/2026

সুপ্ৰভাত 🌸ভগৱানক অশেষ ধন্যবাদ, আজি আকৌ এটি নতুন দিন উপহাৰ দিয়াৰ বাবে। আশা, শান্তি আৰু সুখেৰে সকলোৰে দিনটো ভৰি থাকক। 🙏
#সুপ্ৰভাত #নতুন_দিন #ভগৱানৰ_আশীৰ্বাদ

👉🏽আনৰ ভিডিঅ’ Copy Link কৰি কেৱল নিজৰ post-ত লগাই famous হোৱাৰ চেষ্টা নকৰি, সেই ভিডিঅ’ৰ পৰা আইডিয়া লৈ নিজৰ original cont...
19/08/2026

👉🏽আনৰ ভিডিঅ’ Copy Link কৰি কেৱল নিজৰ post-ত লগাই famous হোৱাৰ চেষ্টা নকৰি, সেই ভিডিঅ’ৰ পৰা আইডিয়া লৈ নিজৰ original content বনাওক।
উদাহৰণ:
বিষয়টো বুজি নিজৰ ভাষাত কওক।
নিজৰ voice-over দিয়ক।
নিজৰ photo/video ব্যৱহাৰ কৰক।
নতুন caption আৰু নিজৰ experience যোগ কৰক।
আনৰ content হুবহু copy নকৰিব।
নিজৰ content = ধীৰে ধীৰে বিশ্বাস + engagement + long-term growth। 🌷
#নতুনকিবা #নিজৰপৰিশ্ৰম #সফলতাৰপথ

👉🏽প্ৰতিদিনে Facebookত আগবাঢ়িব বিচাৰিলে এইদৰে কনটেন্ট দিব পাৰে—✅ ২-৩ টা Post✅ ১-২ টা Reel✅ ১ টা Video (সম্ভৱ হ'লে)✅ Comm...
19/08/2026

👉🏽প্ৰতিদিনে Facebookত আগবাঢ়িব বিচাৰিলে এইদৰে কনটেন্ট দিব পাৰে—
✅ ২-৩ টা Post
✅ ১-২ টা Reel
✅ ১ টা Video (সম্ভৱ হ'লে)
✅ Comment আৰু Messageৰ উত্তৰ দিব
✅ নিয়মীয়াকৈ Active থাকিব
কম কনটেন্ট নহয়, ভাল কনটেন্ট আৰু নিয়মীয়াতাই সফলতাৰ মূল চাবিকাঠি। 🚀📱

👉🏽নিয়মীয়াকৈ ভাল Content পোষ্ট কৰিব লাগে।🤝Followers আৰু Comment-ৰ লগত যোগাযোগ ৰাখিব লাগে।📷Reels, Photo আৰু Live Video দ...
19/08/2026

👉🏽নিয়মীয়াকৈ ভাল Content পোষ্ট কৰিব লাগে।
🤝Followers আৰু Comment-ৰ লগত যোগাযোগ ৰাখিব লাগে।
📷Reels, Photo আৰু Live Video দিয়া উচিত।
⚔️Copy-পেষ্ট Content এৰাই চলিব লাগে।
ধৈৰ্য ধৰি কাম কৰি থাকিলে সফলতা আহিব।
🔊“Facebookত সফলতা এদিনতে নাহে, নিয়মীয়া পৰিশ্ৰমেই সফলতাৰ চাবিকাঠি।” 🚀📈

I want to give a huge shout-out to my top Stars senders. Thank you for all the support!Bimal Das, Prasanta Doley, মৰম কল...
19/08/2026

I want to give a huge shout-out to my top Stars senders. Thank you for all the support!

Bimal Das, Prasanta Doley, মৰম কলিতা, Dipak Gohain, Sunil Saikia, Bimal Das, Mak NEog, K Payeng, Nitul Gogoi, Milon Deori

👉🏽নিজৰ Account সুৰক্ষিত ৰখাটো অতি জৰুৰী।Password কাকো নিদিব, Two-Factor Authentication চালু ৰাখিব আৰু Fake Link বা সন্দে...
19/08/2026

👉🏽নিজৰ Account সুৰক্ষিত ৰখাটো অতি জৰুৰী।
Password কাকো নিদিব, Two-Factor Authentication চালু ৰাখিব আৰু Fake Link বা সন্দেহজনক Message ৰ পৰা সদায় সাৱধান থাকিব।
🛡️ সতৰ্কতাই আপোনাৰ Account সুৰক্ষিত ৰাখে।

💐 সু প্ৰভাত 👉🏽Facebook-ত Like, Comment আৰু View বেছি পাবলৈ এইকেইটা কথা মানি চলক—✅ প্ৰতিদিনে নিয়মিত Post কৰক✅ পুৱা 6:30–...
19/08/2026

💐 সু প্ৰভাত 👉🏽Facebook-ত Like, Comment আৰু View বেছি পাবলৈ এইকেইটা কথা মানি চলক—
✅ প্ৰতিদিনে নিয়মিত Post কৰক
✅ পুৱা 6:30–8:30 আৰু সন্ধিয়া 5:00–8:30 ভিতৰত Post দিয়ক
✅ ভাল Quality-ৰ Photo আৰু Reel Upload কৰক
✅ Caption চুটি আৰু আকৰ্ষণীয় ৰাখক
✅ Trending Hashtag ব্যৱহাৰ কৰক ( )
✅ Comment কৰা লোকক Reply দিয়ক
✅ Reel-ত Popular Music ব্যৱহাৰ কৰক
✅ Share কৰিব পৰা ধৰণৰ Content বনাওক
মনত ৰাখিব, Facebook-ত Success পাবলৈ Consistency আটাইতকৈ জৰুৰী। 🚀

🌙শুভ ৰাত্ৰিদিনটোৰ ক্লান্তি আঁতৰাই, সপোনেৰে ভৰি উঠক মন। শান্তিৰে কটাওঁক ৰাতিটো, শুভ ৰাত্ৰি। 💫
18/08/2026

🌙শুভ ৰাত্ৰি
দিনটোৰ ক্লান্তি আঁতৰাই, সপোনেৰে ভৰি উঠক মন। শান্তিৰে কটাওঁক ৰাতিটো, শুভ ৰাত্ৰি। 💫

👉🏽Facebook অত অতি সহজে আগবাঢ়িবলৈ এইকেইটা কথা মানি চলকঃ🌿নিয়মিত পোষ্ট কৰক (দিনে 2–3টা)।পুৱা 6:30–8:30 আৰু সন্ধিয়া 5:00–...
18/08/2026

👉🏽Facebook অত অতি সহজে আগবাঢ়িবলৈ এইকেইটা কথা মানি চলকঃ
🌿নিয়মিত পোষ্ট কৰক (দিনে 2–3টা)।
পুৱা 6:30–8:30 আৰু সন্ধিয়া 5:00–8:30 বজাৰ ভিতৰত পোষ্ট দিয়ক।
🌿ভাল মানৰ ফটো আৰু Reels আপলোড কৰক।
🌿Assamese ভাষাত নিজৰ মৌলিক কণ্টেণ্ট বনাওক।
🍀Followers ৰ comment ৰ উত্তৰ দিয়ক।
Trending topic আৰু hashtag ব্যৱহাৰ কৰক।
Share কৰিব পৰা ধৰণৰ পোষ্ট দিয়ক।
☠️Fake account বা copyright content ব্যৱহাৰ নকৰিব।
☺️ধৈৰ্য্য আৰু নিয়মিত কাম কৰিলে page বা Profile লাহে লাহে ভালদৰে আগবাঢ়িব। 🚀

Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when Mamu Borah Gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share