jitamoni neog bora creator

jitamoni neog bora creator Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from jitamoni neog bora creator, Digital creator, khangia goan, Jorhat.

মই জিতামনি নেওগ বৰা, যোৰহাট৷ মই এগৰাকী গৃহিণী৷ মই বৰ্তমান এটা অনলাইন মাৰ্কেটিং কম্পেনীৰ লগত জড়িত হৈ Assistant Supervisor হিচাপে কাম কৰি আছোঁ৷ মোৰ লক্ষ্য আৰু উদ্দেশ্য- Health & Wellnessৰ জড়িয়তে ঘৰৰ পৰা আৰ্থিক দিশত আগবাঢ়ি যোৱা৷

01/11/2025

Contact us

মানুহজনৰ অপাৰ আনন্দ!মই জীৱনত প্ৰথমবাৰৰ বাবে গুৱাহাটী গৈছিলোঁ যোৱা শুক্ৰবাৰে অথাৎ 27 জুন 2025 তাৰিখে৷ মোৰ সম্পুৰ্ণ নিজা খ...
29/06/2025

মানুহজনৰ অপাৰ আনন্দ!মই জীৱনত প্ৰথমবাৰৰ বাবে গুৱাহাটী গৈছিলোঁ যোৱা শুক্ৰবাৰে অথাৎ 27 জুন 2025 তাৰিখে৷ মোৰ সম্পুৰ্ণ নিজা খৰচত সৰু ল’ৰাটো আৰু মোৰ মানুহজন৷ বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে মানুহজনে আমাৰ পৰিয়ালটো চলাই আছে৷ সদায় ভাৱো- মইয়ো তেখেতক কিবাকৈ সহায় কৰিব পৰা হ’লে!! তেনেতে গুৱাহাটীৰ এগৰাকী বাইদেউৰ লগত চিনাকি হ’লো,তেখেতে মোক এটা ব্যৱসায়ৰ সন্ধান দিলে৷ ঘৰতে থাকি কেৱল Facebook, Whats app বা Instagam ৰ জড়িয়তে ঘৰতে থাকি ঘৰৰ পৰাই কিছু Digital Activity কৰি এটা ভাল Income কৰিব পাৰি৷ কথাখিনি শুনাৰ পিছত ৪৫ মিনিটৰ এটা VDO মোক চাব দিলে, আৰু পিচদিনা মোৰ INTERVIEW হ’ল; মই Pass কৰিলোঁ৷ জনা- নজনাকৈ মই কাম আৰম্ভ কৰিলো আৰু কমদিনৰ ভিতৰতে মই সহকাৰী নিৰীক্ষক( Assistant Supervisor) হিচাপে নিযুক্তি লাভ কৰিলোঁ৷ আপোনাৰ হাতত থকা মবাইলটোৰ জড়িয়তে অতি সহজে গৃহকৰ্মৰ মাজতে ১ বা ২ ঘন্টা সময় উলিয়াই নিজৰ লগতে পৰিয়ালৰটোৰ অৰ্থনৈতিক ক্ষেত্ৰত কিছু সহায়ক হ’ব পাৰে৷ ইচ্ছা কৰিলে 45 মিনিটৰ VDOটো চাবৰ বাবে মোৰ এই Whats App নাম্বাৰত যোগাযোগ কৰিব পাৰে- 9707907670

29/06/2025
29/06/2025

কিছু ভাল লগা মুহূৰ্ত

Address

Khangia Goan
Jorhat
785006

Website

Alerts

Be the first to know and let us send you an email when jitamoni neog bora creator posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share