Kalaigaon Times

Kalaigaon Times কলাইগাঁও বাসী ৰাইজৰ স্বাৰ্থত এখোজ আগুৱাই

📌 ওদালগুৰি জিলাৰ অসম-অৰুণাচল সীমান্তত ৩০৭.৬১ কেজি গাঞ্জা জব্দ, ৩জন আটক।  🔴 মাজবাট আৰক্ষীৰ বৃহৎ সফলতা। নিচাযুক্ত সামগ্ৰীৰ...
25/08/2026

📌 ওদালগুৰি জিলাৰ অসম-অৰুণাচল সীমান্তত ৩০৭.৬১ কেজি গাঞ্জা জব্দ, ৩জন আটক।

🔴 মাজবাট আৰক্ষীৰ বৃহৎ সফলতা। নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে চলোৱা অভিযানত অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ সুনাইপুৰৰ সমীপৰ পৰা ৩০৭.৬১ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে আৰক্ষীয়ে।

🔴 মাজবাট থানাৰ আৰক্ষীৰ দলে অভিযান চলাই ১২টা বস্তাত পেকিং কৰি ৰখা গাঞ্জাখিনি উদ্ধাৰ কৰে। অভিযানৰ সময়তে ঘটনাৰ সৈতে জড়িত ৩জন লোকক আটক কৰা হয়।

🔴 ঘটনাটোক লৈ মাজবাট আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।
゚viralfollowersシ゚

25/08/2026

📌 হিয়াৰ আমঠু জুবিন গাৰ্গৰ কিছু স্মৃতি।


゚viralfollowersシ゚ #কলাইগাঁও

📌 আক্রমণত ক্ষতিগ্রস্ত বাহনৰ ক্ষতিপূৰণ দিব মেঘালয় চৰকাৰে'   ゚viralfollowersシ゚  #কলাইগাঁও
23/08/2026

📌 আক্রমণত ক্ষতিগ্রস্ত বাহনৰ ক্ষতিপূৰণ দিব মেঘালয় চৰকাৰে'

゚viralfollowersシ゚
#কলাইগাঁও

📌 কলাইগাঁও মৌজাদাৰ পৰিয়ালৰ অতি শান্ত প্ৰকৃতিৰ ঘৰচীয়া হাতী কুঞ্জমালাৰ ৮১ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত আজি ঘাগ্ৰাৰ উত্তৰ...
22/08/2026

📌 কলাইগাঁও মৌজাদাৰ পৰিয়ালৰ অতি শান্ত প্ৰকৃতিৰ ঘৰচীয়া হাতী কুঞ্জমালাৰ ৮১ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত আজি ঘাগ্ৰাৰ উত্তৰ খৃষ্টানপাৰাত মৃত্যু ঘটে।

゚viralfollowersシ゚


#কলাইগাঁও

📌 আৰক্ষীৰ গুলীত আহত  দুর্ধর্ষ ডকাইত বৰাত আলী        ゚viralfollowersシ゚
22/08/2026

📌 আৰক্ষীৰ গুলীত আহত দুর্ধর্ষ ডকাইত বৰাত আলী
゚viralfollowersシ゚

📌 সদ্য প্ৰয়াত নৱজিত দাসৰ বাসগৃহত ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্...
21/08/2026

📌 সদ্য প্ৰয়াত নৱজিত দাসৰ বাসগৃহত ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
゚viralfollowersシ゚

📌 ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাদুল্লা আলীক।।।   ゚viralfollowersシ゚
21/08/2026

📌 ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাদুল্লা আলীক।



゚viralfollowersシ゚


📌 কলাইগাওঁ নিকটৱৰ্তী নাপ্তিপাৰা গাঁও নিবাসী গাঁওপ্ৰধান সুৰেন কছাৰীৰ ৬২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি।    ゚viralfollowersシ゚  #ক...
20/08/2026

📌 কলাইগাওঁ নিকটৱৰ্তী নাপ্তিপাৰা গাঁও নিবাসী গাঁওপ্ৰধান সুৰেন কছাৰীৰ ৬২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি।

゚viralfollowersシ゚
#কলাইগাঁও

19/08/2026

📌 ম্যাদ উকলা কেম্পা শীতল পানীয়ৰে কলাইগাঁৱত পৰিৱেশ প্ৰদূষণৰ অভিযোগ।

🔴 ট্ৰাকে ট্ৰাকে পেলাই থৈ গ’ল লাখ লাখ বটল! নৈৰ পানীও প্ৰদূষিত কৰাৰ অভিযোগ।


Himanta Biswa Sarma

゚viralfollowersシ゚
#কলাইগাঁও

18/08/2026

📌 SI নৱজিত দাসৰ মৃত্যু সন্দৰ্ভত SI গৰাকীৰ পত্নীয়ে ক'লে
নৱজিত দাসৰ মৃত্যু CBI তদন্ত হ'ব লাগে।
🔴 আৰু মৃত্যুৰ দিনা তেওঁৰ লগত থকা আৰক্ষী বাহিনীটো তদন্তৰ আওতালৈ আনিব লাগে।



゚viralfollowersシ゚
#কলাইগাঁও

Address

Kalaigaon

Website

Alerts

Be the first to know and let us send you an email when Kalaigaon Times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share