Bhagya lottery

Bhagya lottery Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bhagya lottery, Digital creator, Kamakhya.

Online lottery Seller(Live Draw)online service
all assam.আমাৰ পেজ ৰ দ্বাৰা খেল লাইভ চাবলৈ আৰু খেলৰ ফলা ফল পাবলে পেজ টু লাইক ফলো কৰি লৱ ।আৰু আমাৰ পেজৰ পৰা অসমৰ সকলো প্ৰান্তৰ টিকট লৱলৈ �8453725864
�6003054264
�6003644078 যোগা যোগ কৰিব।

28/09/2025

দক্ষিণ কামৰূপ সৰু বংশ মৌজাৰ বৰটাৰী আঞ্চলিক শ্ৰীশ্ৰী শাৰদীয় দূৰ্গা পূজা ৰ আজি বেল ৱৰন কাৰ্য পৰ্ব।

2 october      4 october    10 october        12 october  12 october      15 October  02 november       .
28/09/2025

2 october
4 october
10 october
12 october
12 october
15 October
02 november .

📌জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ছিংগাপুৰৰ ঘটনাস্থলীত আছিল মহানগৰীৰ ''Hotel Gateway Grandeur"ৰ স্বত্বাধিকাৰী মৃগাংক হাজৰিকাও📌স...
25/09/2025

📌জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ছিংগাপুৰৰ ঘটনাস্থলীত আছিল মহানগৰীৰ ''Hotel Gateway Grandeur"ৰ স্বত্বাধিকাৰী মৃগাংক হাজৰিকাও
📌সঞ্জীৱ নাৰায়ণৰ সংবাদমেলত প্ৰকাশ এই তথ্য

25/09/2025

ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে থকা শেখৰজ্যোতিক গ্ৰেপ্তাৰ। হাফপেন্ট আৰু গেঞ্জি পিন্ধি থাকোতেই গ্ৰেপ্তাৰ কৰে CIDএ । বাৰে বাৰে ভাষ্য সলনি কৰিছিল জুবিন গাৰ্গ সন্দৰ্ভত..

ুবিন_ককাই

অহা 1 অক্টোবৰত খেল উমৰাংছু ডিমা হাছাও জিলাত অসম।এটা টিকট 100 টকা এখন বহি 500 টকা 7 কুপনৰ বুক।টিকট ল'বলৈ 8435725864/93651...
25/09/2025

অহা 1 অক্টোবৰত খেল উমৰাংছু ডিমা হাছাও জিলাত অসম।
এটা টিকট 100 টকা এখন বহি 500 টকা 7 কুপনৰ বুক।
টিকট ল'বলৈ 8435725864/9365110438.

25/09/2025

24 September khel khan 4 october hob bortoman axomot poristhiti r babe .

https://chng.it/syDRgy5HfHসকলোৱে ডিজিটেল চহীটো কৰিব। যিমান পাৰি বিলাই দিয়ক। এতিয়ালৈ ২২,৫০০ হৈছে। মোক আজিৰ ভিতৰতে ১০ লাখ ...
25/09/2025

https://chng.it/syDRgy5HfH
সকলোৱে ডিজিটেল চহীটো কৰিব। যিমান পাৰি বিলাই দিয়ক। এতিয়ালৈ ২২,৫০০ হৈছে। মোক আজিৰ ভিতৰতে ১০ লাখ চহী লাগে মাত্ৰ দাদাৰ বাবে। পাৰিব লাগিব। কোটিৰ ঘৰত যাব লাগিব জুবিন প্ৰমী ৰাইজ। কমেণ্টত জনাব যি সকলে চহী দিলে। সকলো কমেণ্ট মই আজৰি সময়ত পঢ়িম॥

Justice for Zubeen Garg

এটি কবিতাৰে প্ৰিয় শিল্পী গৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য..পঢ়ি চাব চোন..কেনে পালে জনাব  :সাগৰলৈ আৰু নাযাবাদেই জুবিন দা :এটি ৰৌদ্ৰোজ্...
24/09/2025

এটি কবিতাৰে প্ৰিয় শিল্পী গৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য..পঢ়ি চাব চোন..কেনে পালে জনাব

:সাগৰলৈ আৰু নাযাবাদেই জুবিন দা :

এটি ৰৌদ্ৰোজ্জ্বল পুৱা
থৈ আহিলোঁ তোমাক
তোমাৰ প্ৰিয় ঠাইত!

এদিন হেনো তুমি
ইয়াতেই বহি শাত পেলাইছিলা
ঘামে ধোৱা দেহা!

তোমাৰ প্ৰেমিক মানুহবোৰৰ ভিৰ ফালি
লৈ আহিলোঁ তোমাক আগুৱাই
মনবোৰ সাংঘাতিক বিষাদময়!
নোৱাৰোঁ জনাব বিদায়!

চৌপাশে মানুহৰ সমদল
তুমি নিৰ্বিকাৰ!
টোপনিত লালকাল!

তোমাৰ আজি
ভাগৰ লাগিছে নহয়!
শুৱা শুই থাকা!

চন্দন কাঠৰ বিছনাখনত
শুৱাই দিলোঁ তোমাক
এটি ৰৌদ্ৰোজ্জ্বল পুৱা!

থাকা তুমি
তোমাৰ প্ৰিয় ঠাইখনিতেই
কুশলে থাকিবা!

সাগৰলৈ আৰু নাযাবা কিন্তু দেই!
সময়মতে খাবা ঔষধ
সময়মতে খাবা ভাত
উৎপাতবোৰ কমাবা অলপ!

সাগৰতকৈ আমাৰ নদীখনেই ভাল জানা
তোমাক চিনে তোমাক বুজে!

থাকা তুমি ইয়াতেই
লোৱা ক্ষণিক বিশ্ৰাম!

আহিবা উঠি
পৰিলে বিপদত জাতি!
মুৰত মেৰিয়াই গামোচা
আটি আটি!

হেই জুবিন দা
ব'হাগততো তুমি লাগিবই আহিব
তুমি লাগিব গাব
মৰিলং মৰিলং...

তেতিয়ালৈ শুৱা অলপ
লোৱা বিশ্ৰাম !

আকৌ কৈছোঁ
সাগৰলৈ নাযাবাদেই জুবিনদা!
সময়মতে খাবা ঔষধ!

থাকা তুমি
তোমাৰ প্ৰিয় ঠাইখনিতেই
লোৱা ক্ষণিক বিশ্ৰাম!

তোমাক আমি আকৌ লগ পাম !

Highlightsss Top FANs

24/09/2025

জুবিন বিহীন অসম এখন কোনোদিনে কল্পনা কৰা নাছিলো || জুবিন দা আপুনি যতেই আছে কুশলে থাকক😢😢🙏🏻🙏🏻🙏🏻

ুবিন_ককাই

24/09/2025

I got over 1,500 reactions on my posts last week! Thanks everyone for your support! 🎉

Address

Kamakhya
BUSSTOPBIJOYNAGAR

Alerts

Be the first to know and let us send you an email when Bhagya lottery posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bhagya lottery:

Share