Asom Daily 24

Asom Daily 24 Asom Daily 24 is a NE based news portal dedicated to delivering accurate, timely, and relevant news of this region.
(1)

Our mission is to inform and engage our audience with in-depth reporting, expert analysis, and diverse perspectives.

15/05/2026
14/05/2026

২৫ মে'ত পুনৰ গুৱাহাটীলৈ আহিব লাগিব পৱন খেড়া। ৯ ঘন্টা জেৰাৰ অন্তত যাবলৈ দিয়া হ'ল পৱন খেড়াক।

14/05/2026

UCCৰ সিদ্ধান্তক লৈ চৰকাৰক সমালোচনা বিধায়ক অখিল গগৈৰ।

14/05/2026

“UCC ৰ নামত মুখ্যমন্ত্রীয়ে চমক দেখুৱাব খোজাৰ বাহিৰে একোৱেই নাই।”
“অসমত UCCৰ সলনি বহুত দৰকাৰী কাম কৰিবলগীয়া আছে” :আকাশ দলে।

14/05/2026

পুৰুষ-মহিলা উভয় কণ্ঠত গীত গায় চৰ্চাত খোৱাং শেনচোৱা পুখুৰীৰ যুৱক মানসজ্যোতি দিহিঙীয়া।

14/05/2026

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত মা-কামাখ্যাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

14/05/2026

কাকী "গামখাৰু" ৰঙালী বিহু উদযাপন সমিতিৰ ব্যৱস্থাপনাত আয়োজিত বিহুৰ মঞ্চত যন্ত্ৰ বেণ্ডৰ অনুষ্ঠানত অংশগ্ৰহণ গৰিমা গাৰ্গৰ

11/05/2026

ব্ৰহ্মপুত্ৰৰ বুকুত শিহুৰ জলকেলি। শদিয়াৰ দৃশ্য এইয়া। সামাজিক মাধ্যমত হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিছে এই ভিডিঅ’।

11/05/2026

“আগন্তুক দিনত বিজেপি চৰকাৰে ৰাজ্যবাসীক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিব বুলি আশা কৰিছোঁ। এইখন চৰকাৰে মহিলাসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক।” শপতগ্ৰহণৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাক এই আহ্বান গৌৰৱ গগৈৰ।

Address

Kamrup Metro
Kamakhya

Alerts

Be the first to know and let us send you an email when Asom Daily 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share