Karbi Anglong Times

  • Home
  • Karbi Anglong Times

Karbi Anglong Times News, entertienment

09/03/2023

The principal of Diphu Medical College (DMC) has been accused of ‘illegally’ collecting funds from a section of faculty members of the medical college.

05/03/2023
ভগ্নাৱশেষৰ মাজটো শিলসাঁ‌কোৰ একেবাৰে কাষতেই দাগ এটাও নলগাকৈ থাকি যোৱা "জিঞ্জাৰ"।সাধাৰণ মানুহৰ ঘৰবোৰ বুলড'জাৰৰ হাতোৰাত চূড়...
05/03/2023

ভগ্নাৱশেষৰ মাজটো শিলসাঁ‌কোৰ একেবাৰে কাষতেই দাগ এটাও নলগাকৈ থাকি যোৱা "জিঞ্জাৰ"।
সাধাৰণ মানুহৰ ঘৰবোৰ বুলড'জাৰৰ হাতোৰাত চূড়মাৰ হৈ যায়, ক্ষমতাশালী পুঁ‌জিপতিৰ সম্পত্তিত ধূলি নপৰাকৈয়েই থাকি যায়।
শ্ৰেণীবৈষম্যবোৰ এনেদৰেই স্পষ্ট হৈ ৰৈ যায়!
তাৰপাছতো আমি নিজক শান্তনা দিওঁ - "আইন সকলোৰে বাবে সমান !"

CHAPCHAR K*T 2023 CHIBAI The Chapchar K*t is a festival of Mizoram, India. It is celebrated during March after completio...
05/03/2023

CHAPCHAR K*T 2023 CHIBAI

The Chapchar K*t is a festival of Mizoram, India. It is celebrated during March after completion of their most arduous task of jhum operation i.e., jungle-clearing (clearing of the remnants of burning). It is a spring festival celebrated with great favour and gaiety.

The sight of men and women dressed in colourful traditional dresses is truly spellbinding. All the people gather for a huge community fest to sing and dance to the tune of flute, cymbals, drums and gongs.

One of the greatest highlights of Chapchar K*t is the popular bamboo dance called Cheraw, which features men tapping the bamboo sticks according to the rhythm of the dance and women adjust their dance moves with moving sticks.

Since Mizoram is a land inhabited by several tribes, it is a special experience to watch all the tribesmen and women coming together on a common ground to showcase their dance or musical talent. Local singers also join the fest to croon the best folk songs. Interestingly, all the performers and participants in this fest leave their footwear behind before joining the ground.

The festival is held across Mizoram and lasts for a couple of days. Everyone, irrespective of age and gender, participates in this festival with enthusiasm. Nay, everyone looks forward to be a part of this annual fest.

01/03/2023

এদিন সি ডাঙৰ মানুহ হ'ব।
আজি খুলি খুলি যোৱা পেন্টত 'খাদিমছ'ৰ বেল্ট লগাব। levis ৰ পেন্ট পিন্ধি হোটেল জিনজাৰত কেতিয়াবা নিশা কটাব। আৰু প্ৰশ্ন কৰিব- উচ্ছেদত আপোন পৰ কিয় কৰা হ'ল?
এদিন সি ডাঙৰ মানুহ হ'ব। সু উচ্চ "হিল ভিউ" ৰ একেবাৰে ওপৰৰ ফ্লেট ক্ৰয় কৰিব। আৰু উচ্ছেদত ভঙা যোৱা ঘৰৰ ঠাইডোখৰলৈ চাই ক'ব- উচ্ছেদ ৰাইজৰ স্বাৰ্থৰ বাবেই আছিল। কিন্তু আমাক পৰ ভাবি, পুঁজিপতিক আপোন কৰি কিয় এৰি দিয়া হ'ল? নেতাৰ মাটিত প্ৰকাণ্ড ভৱনৰ ওচৰত স্কৰপিয় বাহন খন ৰখাই শিলসাকোঁৰ মেপখন বনেটত থৈ সুধিব।
প্ৰকৃতিৰক্ষাৰ বাবে কৰা উচ্ছেদ ভালেই আছিল। পিছে ক্ষমতাহীন আৰু ক্ষমতাশালীৰ মাজত পাৰ্থক্য কিয় ৰখা হ'ল।
সি এদিন ডাঙৰ মানুহ হ'ব।
আজি ভাঙিব ধৰা ঘৰখনৰ সামগ্ৰী যিদৰে কঢ়িয়াইছে, এদিন সি কঁকাল বেকা হৈ পৰা বহু মানুহৰ বোজা কঢ়িয়াই সকাহ দিব পৰা হ'ব।

01/03/2023

Self confidence...

25/02/2023

Maharaja ready to buy 25 BJP MLA...

আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই আৰক্ষীৰ গুলীত নিহত গুৱাহাটীৰ নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিত...
24/02/2023

আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই আৰক্ষীৰ গুলীত নিহত গুৱাহাটীৰ নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতা আৰু তেওঁৰ দুই সহযোগী........!
বিশ্বাস কৰক, মই কালিৰে পৰা এনেকুৱা হেডলাইন বা ব্ৰেকিং নিউজৰ আশাত ৰৈ আছোঁ।

24/02/2023

অসম বন বিভাগত নিযুক্তিৰ বাবে বিভিন্ন জিলাত শাৰীৰিক সক্ষমতাৰ পৰীক্ষা হৈ আছে।। প্ৰতিকূল বতৰৰ বাবে ফিল্ড বোকা।। নিজৰ বন্ধু জন দৌৰত পৰি গ'লত কেনেকৈ লগৰ জনে টানি উঠাই নিছে চাওক।।
ল'ৰা সচাই অনন্য।। ❤️

21/02/2023

49KYF

Address


Telephone

+916002434106

Website

Alerts

Be the first to know and let us send you an email when Karbi Anglong Times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Karbi Anglong Times:

  • Want your business to be the top-listed Media Company?

Share