NBN খৱৰ NE

NBN খৱৰ NE Media & News Company

24/11/2025

ছয় জনগোষ্ঠীর জনজাতিকরণ, কমতাপুর রাজ্য গঠন ও ভাষার স্বীকৃতির দাবিতে আসাম ও পশ্চিমবঙ্গ উত্তপ্ত। কোচবিহারে KPP–র বিশাল গণসমাবেশ ও শোভাযাত্রায় কেন্দ্র–রাজ্য সরকারের বিরুদ্ধে তীব্র ক্ষোভ বিস্ফোরণ। নির্বাচনের আগে দাবিপূরণ না হলে বিজেপি ও তৃণমূল নেতাদের রাস্তায় নামতে দেবে না বলে হুঁশিয়ারি।





























22/11/2025

অভয়াপুৰীৰ অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সন্দেহজনক মিঞাৰ বিৰুদ্ধে মন্তব্য, কংগ্ৰেছৰ অৱদানহীনতা, NCERT ৰ পাঠ্যক্ৰম সলনি আৰু সাংবাদিকৰ সুৰক্ষাৰ বিষয়ে গুৰুত্বপূর্ণ মন্তব্য প্ৰকাশ কৰে।

19/11/2025

জুবিন গাৰ্গৰ ৫৩তম জন্মদিন উপলক্ষে কোকরাঝাৰ গৌৰাং নৈৰ পাৰত সৃষ্টি হ’ল ঐতিহাসিক দৃশ্য। ২৫ সহস্ৰাধিক লোক সমবেত হৈ বড়ো ভাষাত ‘মায়াবিনী’ গাই গঢ়িলে এছিয়ান বুকচ অব ৰেকৰ্ডছ আৰু ইণ্ডিয়ান বুক অব ৰেকৰ্ডছত নতুন অভিলেখ। বিটিচি চৰকাৰৰ উদ্যোগত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নির্মাণ, উদ্যানৰ আধাৰশীলা, ৫৩ জোপা ৰোপণ, ৰক্তদান শিৱিৰে দিনটো পৰিণত হয় অনন্য সংস্কৃতিক উৎসৱত। হাগ্ৰামা মহিলাৰী, জয়ন্তমল্ল বৰুৱা, পবিত্ৰ ৰাভা, সুলেখা বসুমতাৰীৰ উপস্থিতিত কোকরাঝাৰ আবেগত ভাসি উঠে। জুবিনক লৈ অসমবাসীৰ ন্যায়ৰ আশাও পুনৰ ব্যক্ত হয় মঞ্চত।


19/11/2025

কোকৰাঝাৰত জুবিন গাৰ্গৰ ৫৩তম জন্মদিন উপলক্ষে গৌৰাং নৈৰ পাৰত ঐতিহাসিক দৃশ্য। ২৫ সহস্ৰাধিক জনগণে একেলগে ‘মায়াবিনী’ গাই গঢ়িলে এছিয়ান বুকচ অব ৰেকৰ্ডছৰ নতুন অভিলেখ। বিটিচি চৰকাৰৰ বিশেষ আয়োজনেৰে প্ৰতিমূৰ্তি উন্মোচন, জুবিন উদ্যানৰ আধাৰশীলা, ৫৩ জোপা ৰোপণ আৰু ৰক্তদান শিৱিৰে দিনটো হয় স্মৰণীয়। হাগ্ৰামা মহিলাৰী, জয়ন্তমল্ল বৰুৱা, পবিত্ৰ ৰাভা, সুলেখা বসুমতাৰীৰ অংশগ্ৰহণত আবেগঘন পৰিৱেশ সৃষ্টি হয়। জুবিনৰ মৃত্যু ৰহস্যক লৈ শীঘ্ৰেই আদালতে ন্যায় দিব বুলি আশা ব্যক্ত কৰে জয়ন্তমল্ল বৰুৱাই।

12/11/2025

হোজাই জিলাত কাজাই কাটা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য ছফিয়াৰ ৰহমান মণ্ডলে আজি এক সংবাদ মেলত পঞ্চায়তৰ কাম-কাজৰ স্বচ্ছতা আৰু ৰাইজৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তা উল্লেখ কৰে।হোজাই জিলাত কাজাই কাটা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য ছফিয়াৰ ৰহমান মণ্ডলে আজি এক সংবাদ মেলত পঞ্চায়তৰ কাম-কাজৰ স্বচ্ছতা আৰু ৰাইজৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তা উল্লেখ কৰে।হোজাই জিলাত কাজাই কাটা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য ছফিয়াৰ ৰহমান মণ্ডলে আজি এক সংবাদ মেলত পঞ্চায়তৰ কাম-কাজৰ স্বচ্ছতা আৰু ৰাইজৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তা উল্লেখ কৰে।হোজাই জিলাত কাজাই কাটা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য ছফিয়াৰ ৰহমান মণ্ডলে আজি এক সংবাদ মেলত পঞ্চায়তৰ কাম-কাজৰ স্বচ্ছতা আৰু ৰাইজৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তা উল্লেখ কৰে।হোজাই জিলাত কাজাই কাটা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য ছফিয়াৰ ৰহমান মণ্ডলে আজি এক সংবাদ মেলত পঞ্চায়তৰ কাম-কাজৰ স্বচ্ছতা আৰু ৰাইজৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তা উল্লেখ কৰে।হোজাই জিলাত কাজাই কাটা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য ছফিয়াৰ ৰহমান মণ্ডলে আজি এক সংবাদ মেলত পঞ্চায়তৰ কাম-কাজৰ স্বচ্ছতা আৰু ৰাইজৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তা উল্লেখ কৰে।

10/11/2025

নলবাৰী জিলাৰ বজালীত অনুষ্ঠিত বিশাল সভাত বিজেপিৰ প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁই আৰু অগপ জ্যেষ্ঠ নেতা দিলীপ বৰুৱাৰ কেইবাহেজাৰ সমৰ্থক সহ এজেপিত যোগদান। লুৰিনজ্যোতি গগৈৰ তীক্ষ্ণ সমালোচনা, আগন্তুক নিৰ্বাচনৰ ৰণশিঙা বাজিল। পশ্চিম অসমত এজেপিৰ প্ৰতি বিশেষ আকৰ্ষণ বৃদ্ধি; বহু প্ৰাক্তন মন্ত্ৰী–বিধায়কৰ যোগদান সম্ভাবনা। 👇👇👇👇

10/11/2025

বঙাইগাঁও মিনি ষ্টেডিয়ামত আক্ৰাছু, কে এছ ডি চি সহ ১১ টা সংগঠনৰ ব্যাপক প্ৰতিবাদী সমাবেশ। কোঁচ ৰাজবংশী জনগোষ্ঠীৰ কমতাপুৰ ৰাজ্য, জনজাতিকৰণ আৰু কে এল অ’ আৰ অধ্যক্ষ জীৱন সিংহক মুক্তি দাবী। ৰাজনৈতিক বঞ্চনাৰ অভিযোগ তুলিল সংগঠনসমূহ। দাবী নমানিলে আগন্তুক দিনত অসম বন্ধসহ তীব্ৰ আন্দোলনৰ ঘোষণা।

07/11/2025

ৰাজ্যৰ শিক্ষা বিভাগৰ দুপৰীয়া আহাৰ পৰিকল্পনাৰ ফোপোলা অৱস্থা !

মাহৰ পিছত মাহ ধৰি ধনৰ অভাৱ সৃষ্টি হোৱায় বিদ্যালয়সমূহত দুপৰীয়া আহাৰ বিতৰণ সম্পূর্ণৰূপে ব্যাহত। ফলস্বৰূপে বহু ছাত্ৰ–ছাত্ৰীয়ে নিয়মিত আহাৰৰ সুবিধাৰ পৰা বঞ্চিত হোৱাৰ ঘটনা প্ৰকাশলৈ অহা দেখা গৈছে।

01/11/2025

শ্রীভূমি, শনিবাৰ (বর্তমান বার্তা):
১৩ দফা দাবিৰ সমৰ্থনত শনিবাৰে শ্ৰীভূমি শহৰত চুতীয়া সমাজৰ পক্ষৰ পৰা এক বিশাল গণ সমাবেশ আৰু বিক্ষোভ মিছিল আয়োজন কৰা হয়। শনিবাৰে পুৱা শম্ভু সাগৰ পাৰ্কৰ পৰা আৰম্ভ হোৱা মিছিলটো শ্ৰীভূমি জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ আগত আহি সম্পন্ন হয়।




















31/10/2025

Assam C. M Dr. Himanta Biswa Sarma Live ................

26/10/2025

কোকৰাঝাৰত বিটিএডি-ত হাগ্ৰামা মহিলাৰীৰ চৰকাৰ গঠন পৰৱৰ্তী নিশা নাদাংগুৰী পাহাৰত মাওবাদী আৰু নাছলা উগ্ৰপন্থীৰ সৈতে সংঘৰ্ষ: ১ জন নিহত, কেইবাজনো আৰক্ষী আহত। অভিযানৰ সময়ত পিষ্টল, গুলী-বাৰুদ, গ্ৰেনেট উদ্ধার। সমগ্ৰ আদিবাসী চাওঁতাল সমাজৰ মাজত শোক আৰু চাঞ্চল্য।

24/10/2025

শ্ৰীভূমি, ভেটাৰবন্দৰ ৯নং ৱাৰ্ডত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ জিও-টেগ প্ৰক্ৰিয়াক লৈ কিছু সংবাদ মাধ্যমত বিভ্ৰান্তিকৰ আৰু ভুৱা তথ্য প্ৰকাশিত হোৱা ঘটনাৰ বিৰুদ্ধে স্থানীয় জনগণ, ৱাৰ্ড সদস্যা মনোৱাৰা বেগম, আৰু বিজেপি কৰ্মীসকলে ২৩ অক্টোবৰ এক সংবাদিক সন্মিলন আৰু প্ৰতিবাদী সভা আয়োজন কৰে। সভাত কার্যসূচী স্বচ্ছভাবে সম্পন্ন হোৱা বুলি জাননী দিয়া হয় আৰু প্ৰকৃত হিতাধিকাৰীৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে তদন্তৰ দাবী জনোৱা হয়।

Address

Head Office/Baisishtha Road Pillingkata, Guwahati-29, Branch Office/Roy Sharma Complex
Karimganj
788736

Alerts

Be the first to know and let us send you an email when NBN খৱৰ NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share