Rabha Mahananda

আজি ইং ০২ ছেপ্টেম্বৰ ২০২৬ তাৰিখ বুধবাৰে খৈৰাবাৰী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয় চৌহদৰ  কিছু চাফা অভিযানৰ স্থিৰ চিত্...
02/09/2026

আজি ইং ০২ ছেপ্টেম্বৰ ২০২৬ তাৰিখ বুধবাৰে খৈৰাবাৰী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয় চৌহদৰ কিছু চাফা অভিযানৰ স্থিৰ চিত্ৰ।

মালয়েছিয়াৰ কুৱালালামপুৰত ২৮-৩০ আগষ্টত অনুষ্ঠিত হোৱা *MALAYSIA LACROSSE TOURNAMENT 2026* ত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি...
02/09/2026

মালয়েছিয়াৰ কুৱালালামপুৰত ২৮-৩০ আগষ্টত অনুষ্ঠিত হোৱা *MALAYSIA LACROSSE TOURNAMENT 2026* ত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি *ব্ৰঞ্জৰ পদক* অৰ্জন কৰি নিজৰ জিলাৰ লগতে সমগ্ৰ অসম আৰু ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা তামুলপুৰ জিলাৰ দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ জীয়ৰী জিন্তি কোচ ৰাভালৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। 🎉👏🎉💐

বহুত বহুত অভিনন্দন জনাইছো ছাৰলৈ 🙏🙏🎉🎉🎉
01/09/2026

বহুত বহুত অভিনন্দন জনাইছো ছাৰলৈ 🙏🙏🎉🎉🎉

নেপালৰ বানত সন্ধানহীন অসমৰ লোক সকল। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰিছে এই তালিকা।
28/08/2026

নেপালৰ বানত সন্ধানহীন অসমৰ লোক সকল। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰিছে এই তালিকা।

27/08/2026

নেপালত বানৰ সংহাৰী ৰূপ।

27/08/2026

চুবুৰীয়া ৰাষ্ট্ৰ নেপালত হঠাৎ মহাপ্ৰলয়। ভোটে কুশ্বি নদীয়ে সৃষ্টি কৰিলে তাণ্ডৱৰ।

Nepal floods

26/08/2026

চুবুৰীয়া ৰাষ্ট্ৰ নেপালত হঠাৎ মহাপ্ৰলয়। ভোটে কুশ্বি নদীয়ে সৃষ্টি কৰিলে তাণ্ডৱৰ। জলপ্ৰলয়ত আবদ্ধ লোকক উদ্ধাৰৰ বাবে নেপাল চৰকাৰৰ তৎপৰতা। সেনা আৰু উদ্ধাৰকাৰীয়ে বাহিনীয়ে অব্যাহত ৰাখিছে অভিযান। কেইমুহূৰ্তমানৰ ভিতৰতে সৃষ্টি হ'ল প্ৰলয়ৰ।

Best of luck Jinti koch rabha🤞.
25/08/2026

Best of luck Jinti koch rabha🤞.

Good morning 🌞🌄.
24/08/2026

Good morning 🌞🌄.

Congratulations 👏👍
23/08/2026

Congratulations 👏👍

Address

Khoirabari
Khoirabari

Alerts

Be the first to know and let us send you an email when Rabha Mahananda posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rabha Mahananda:

Shortcuts

Share