25/11/2025
লখিমপুৰ জিলাৰ অন্তৰ্গত পানীগাওঁ কৰতিপাৰ গাওঁৰ প্ৰবিত্ৰ শইকীয়া আৰু নৱনীতা বৰা একমাত্ৰ পুত্ৰ সন্তান যোৱা ৯ -১০ মাহ ধৰি তেজৰ এক গুৰুতৰ ৰোগত আক্ৰান্ত হৈ আছে। বিশেষজ্ঞৰ মতে এই জটিল ৰোগৰ বাবে হাইদৰাবাদ আনিছিল যদিও ভাল নোহোৱাৰ বাবে বাংগালোৰলৈ আনিব লৈছে আৰু ব্যয়বহুল চিকিৎসাৰ প্ৰয়োজন। দিন হাজিৰা কৰি পৰিয়াল পোহ পাল পিতৃৰ কাৰণে সেইয়া অসম্ভৱ হৈ উঠিছে। সেয়েহে পৰিয়ালে সাধ্যানুসাৰে অসমবাসীৰ পৰা আৰ্থিক সহায় সহযোগিতা আশা কৰিছে।
মাতৃৰ যোগাযোগ নম্বৰ:6002121084
পিতৃ যোগাযোগ নম্বৰ : 6002107407
মাতৃৰ Gpay Nub : 6002121084
Account holder name: Nabanita Borah
Account number: 41193895787
IFSC code : SBIN0006891
সহায় কৰিব নোৱাৰিলেও কণমানি টোৰ মুখলৈ চাই পোষ্টটো শ্বেয়াৰ কৰি দিব ।