22/04/2024
সগাকে আগন্তক বিষুৱাৰ শুভেচ্ছাৰে ছাগলীয়া বিষুৱা ফটো প্ৰতিযোগিতা সুৰু কৰা হইল ।
প্রতিযােগী নংঃ 40 নাম:: আৰাধ্যা বৰ্মণ, বয়স :: 10 বছৰ ,ঠিকনা :: বদলাগাঁও, পো: কৰ্তিমাৰী, জিলা : কোকৰাঝাৰ. তােমগুলা সগায় লাইক কমেন্ট আৰ শ্বেয়াৰ কৰিবাৰ পান |
1. like ****** 1 point
1 Share **** 2 point
তােমৰাও অংশগ্রহন কৰিবাৰ বাদে আমাৰ সাথে যােগাযােগ কৰেন | Contest ভাগ নিবাৰ বাদে 7002268387 number what'sapp ত নিজেৰ ফটো আৰ address ,বয়স পাঠান । সাথােত পেজ টা লাইক কৰেন ধন্যবাদ ।আগন্তক বিষুৱা উপলক্ষে ছাগলীয়া আঞ্চলিক আক্ৰাছু পেজ থাকি এখান জাতিয় সাজ পাৰত ফটো বাদুৰবাদেৰ ব্যৱস্থা কৰা হইছে । ( চেংৰা চেংৰী সগায় এই বাদুৰবাদত অংশ নিবেৰ পায় ) । সেইজন্যে এই বাদুৰবাদত অংশ নেওৱাৰ বাদে তােমাৰগুলাৰ এক খান কৰি ভাল জাতীয় সাজত ফটো পাঠান | পেজতাে যােগাযােগ কৰিৰ পান বাদুৰবাদেৰ নিয়মগুলা
• ফটোগুলাৰ সাজ পাৰ মার্জিত হওৱা লাগবে সাথােত ফটোখান জাতীয় সাজত হােৱা লাগবে |
• প্রতিযােগী গুলা নিজে নিজে ফটোৰ সাথােত সম্পূর্ণ ঠিকনা পাঠে দেওৱা লাগবে |
• আমাৰ পেজটাত ফটো upload দেওৱাৰ পাছত লাইক আৰ শ্বেয়াৰেৰ জৰিয়তে গণণা কৰা হইবে ।
• তােমাৰ গুলাৰ ফটোগুলা আমাৰ পেজেৰ থাকিয়া শ্বেয়াৰ হওৱা লাগবে | একজন ব্যক্তিয়ে এখান ফটো একবাৰ হে শ্বেয়াৰ কৰিৰ পাইবে ।
• তােমাৰ গুলাৰ ফটোগুলা ছাগলীয়া আঞ্চলিক আক্ৰাছু পেজতহে পাইবেন ।
• বাদুৰবাদ আৰম্ভ হওৱাৰ দিন 16April আৰ শেষ হওৱাৰ দিন 30 April ।
• 01 May তাৰিখত এই বাদুৰবাদেৰ ফলাফল ঘােষিত কৰা হইবে ।
• এই বাদুৰবাদত দুইজন প্রতিযােগী বাচি নেওৱা হইবে | চেংৰা একজন চেংৰী একজন .
• বাদুৰবাদী গুলাক পেজেৰ তৰফ থাকি শুভেচ্ছা থাকিল .