JonDhoni Assam

JonDhoni Assam সত্যৰ স্বৰ, অসমৰ স্বৰ
আপোনাৰ খবৰ, আমাৰ দায়িত্ব
Assam’s Voice of Truth
জনতাৰ কণ্ঠ, JonDhoni Assam
খবৰৰ নতুন পৰিচয়

29/07/2026

উষাটাৰী গাঁৱত চাঞ্চল্য!
নুৰুল খানৰ ঘৰত জোৰপূৰ্বক প্ৰৱেশ কৰি আক্ৰমণ চলোৱাৰ অভিযোগ। এই ঘটনাক কেন্দ্ৰ কৰি নুৰ হুছেইন মণ্ডল আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

NEET ২০২৬ত উজ্জ্বল সফলতা!চিৰাংৰ ৰুপচান আলীয়ে ৫০৭ নম্বৰ লাভ কৰি কৃতিত্ব অৰ্জন কৰিছে। এই সফলতাৰ বাবে AMSU-য়ে শুভেচ্ছা জ্...
18/07/2026

NEET ২০২৬ত উজ্জ্বল সফলতা!
চিৰাংৰ ৰুপচান আলীয়ে ৫০৭ নম্বৰ লাভ কৰি কৃতিত্ব অৰ্জন কৰিছে। এই সফলতাৰ বাবে AMSU-য়ে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। 🌸👏

18/07/2026

NEETত উজ্জ্বল সফলতা! ৫৩৭ নম্বৰ লাভ কৰিলে আব্দুল আকৰাম মণ্ডলে

06/07/2026

অহা ১২ জুলাই 2026 ত মুক্তি পাব সম্পূৰ্ণ ৱেব চিৰিজ।

💚 আমছুৰ আদৰ্শ আৰু কামৰ প্ৰতি আকৰ্ষিত হৈ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ দক্ষিণ কোকৰাঝাৰ আঞ্চলিক সমিতিত আনুষ্ঠানি...
06/07/2026

💚 আমছুৰ আদৰ্শ আৰু কামৰ প্ৰতি আকৰ্ষিত হৈ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ দক্ষিণ কোকৰাঝাৰ আঞ্চলিক সমিতিত আনুষ্ঠানিকভাৱে যোগদান। উপস্থিত থাকে সাধাৰণ সম্পাদক মেহেবুব ৰহমান আৰু শিক্ষা সম্পাদক আকিবুল ইছলাম।

05/07/2026

🛺 গোসাইগাঁও মহকুমা ই-ৰিক্সা সন্থাৰ নতুন ৩১ জনীয়া সমিতিৰ শপত গ্ৰহণ।
📜 বিশিষ্ট সাংবাদিক শংকৰ চৌধুৰীয়ে শপত বাক্য পাঠ কৰোৱাই নতুন সমিতিক দায়িত্ববোধেৰে আগুৱাই যোৱাৰ আহ্বান জনায়।

05/07/2026

📚 কামৰূপ জিলাত সদৌ অসম বিদ্যালয় সমূহৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ সাধাৰণ সভা।
🗳️ ২৩ জনীয়া নতুন জিলা সমিতি গঠন; সভাপতি ভবেন দাস, সম্পাদক চাইফুল হক।

05/07/2026

🥋 হাজো ষ্টেডিয়ামত সফলভাৱে অনুষ্ঠিত ছটোকান কাৰাটে' ড অৰগানাইজেশ্যন অসমৰ বাৰ্ষিক কালাৰ বেল্ট/ব্লেক বেল্ট পৰীক্ষা। ৩ শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে দিনজোৰা অনুষ্ঠানত আত্মৰক্ষা আৰু শাৰীৰিক-মানসিক বিকাশৰ বাৰ্তা প্ৰচাৰ কৰা হয়।

05/07/2026

🚨 চাপৰত আৰক্ষীৰ বৃহৎ সফলতা। ৩ কোটি টকাৰ অধিক মূল্যৰ ইয়াবা টেবলেট জব্দ, তিনি সৰবৰাহকাৰী আটক।

04/07/2026

হুমায়ুন কবীৰক ফোনযোগে কিছুমান লোকে দিকদাৰি দিছে।

Address

কোকৰাঝৰ
Kokrajhar

Website

Alerts

Be the first to know and let us send you an email when JonDhoni Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share