
21/02/2025
আজি ২১/২/২০২৫ ইং তাৰিখে দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ কেন্দ্ৰীয় সভাপতি Islamul H Mandal চাহাব, দেশী যুৱ ছাত্র মঞ্চৰ কেন্দ্ৰীয় সভাপতি Firozul Alom আৰু দেশীৰ এটি সজাতি দলে সদৌ অসম ছাত্ৰ সন্থা(AASU) ৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
জয়তু দেশী ।
দেশী জনগোষ্ঠীয় মঞ্চ অসম জিন্দাবাদ।
জয় আই অসম।