Alom

Alom I created a new page . please everyone follow me

          ゚      ゚           TopFans
15/03/2026




゚


゚





TopFans

12/03/2026

゚ +



゚









TopFans

06/03/2026




゚

゚






TopFans

ইৰাণৰ ছুপ্ৰিম লীডাৰ আয়াতোল্লা খামেনেইৰ ইজৰাইল-আমেৰিকাৰ মিছাইল বা ড্ৰোণ আক্ৰ*মনত মৃ*ত্যু হোৱাত আমাৰ কিছুমানে উল্লাস কৰিছ...
01/03/2026

ইৰাণৰ ছুপ্ৰিম লীডাৰ আয়াতোল্লা খামেনেইৰ ইজৰাইল-আমেৰিকাৰ মিছাইল বা ড্ৰোণ আক্ৰ*মনত মৃ*ত্যু হোৱাত আমাৰ কিছুমানে উল্লাস কৰিছে আৰু কিছুমান শোকাহত হৈছে। দুয়োপক্ষৰ বাবে দুটামান কথা জনাই দিওঁ যিবোৰ নজনাকৈ চিঞৰ বাখৰ কৰি আছে।
1) ইৰাণ পৰম্পৰাগতভাৱে ভাৰতৰ ভাল বন্ধু, ইমানেই বন্ধু যে আন্তৰ্জাতিক মঞ্চত মুছলমান দেশ পাকিস্তানৰ বিৰুদ্ধে গৈ ভাৰতক সমৰ্থন জনাই আহিছে। মাজতে প্ৰধানমন্ত্ৰী মোডীয়েও ইৰাণলৈ গৈ খামেনেইক এখন পুৰণি কোৰাণ উপহাৰ দি আহিছিল গৈ।
2) কাশ্মীৰ প্ৰসংগতো ইৰাণ সদায়েই ভাৰতৰ পক্ষত। ইমান দিনে তেল-গেছ সস্তাতে যোগান ধৰিছিল ভাৰতক, আমেৰিকাৰ নিষেধাজ্ঞাত আমাৰ দেশে সেয়া আমদানি বন্ধ নকৰা পৰ্যন্ত।
3) চৌদি আৰবসহ মধ্যপ্ৰাচ্যৰ প্ৰায়বোৰ মুছলিম দেশেই ইৰাণৰ ঘোৰ শত্ৰু, ইৰাণৰ ব্যৱসায় বাণিজ্য আৰু সুসম্পৰ্ক ৰাছিয়া আৰু চীনৰ সৈতেহে।
4) নিহত আয়াতোল্লা খামেনেইৰ পূৰ্বপুৰুষ সকল উত্তৰ ভাৰতৰ পৰা ইৰাণলৈ প্ৰবজিত হোৱা, তেওঁৰ বহু আত্মীয় স্বজন এতিয়াও আমাৰ দেশতে আছে।

গতিকে ই*ৰাণৰ ছুপ্ৰিম লীডাৰৰ মৃ*ত্যুত আনন্দ উপভোগ কৰা আমাৰ দেশত থকা প্ৰথম বাপেক Father Land ইজৰাইল আৰু দ্বিতীয় বাপেক আমেৰিকাক সমৰ্থন কৰি থকা অন্ধ ভক্ত সোপাই এই কথা জনা দৰকাৰ।

Copied Manoj Goswami

25/02/2026

゚


゚






22/02/2026



゚





゚

TopFans

Address

Kokrajhar

Alerts

Be the first to know and let us send you an email when Alom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share