21/08/2026
আজি আমাৰ ১৮ দিন হ’ল কাম কৰি থকা। 🏠❤️
আপোনালোকৰ আশীৰ্বাদত আমাৰ ২য়খন ঘৰ সাজু হৈছে! 🙏
আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু সহায়েই আমাক আৰু অধিক পৰিয়ালৰ জীৱন পুনৰ গঢ়ি তুলিবলৈ শক্তি দিয়ে। ❤️
এনেদৰেই সদায় আশীৰ্বাদ আৰু সহায় কৰি থাকিব। একেলগে আমি আৰু বহু ঘৰ নিৰ্মাণ কৰিব পাৰিম আৰু বহু মুখত হাঁহি বিৰিঙাব পাৰিম। 🏠🙏❤️
জয় আই অসম! ❤️
জয় জুবিন দা! 🙏❤️