Majid AhMed

Majid AhMed IF You Respect me
I Will Respect you

05/04/2025

Bas Etna Bura Bono ki Bura Waqt b  pas Na Aaye
08/01/2024

Bas Etna Bura Bono ki
Bura Waqt b pas Na Aaye

बच के रहना ऐसे लोगों सेजिनके दिल में भी एक दिमाग रहता है 😊😊
04/01/2024

बच के रहना ऐसे लोगों से
जिनके दिल में भी एक दिमाग रहता है 😊😊

 #ৰক্ত_দান_জীৱন_দান                  #ৰক্তদান_মহান_দান আপুনি দান কৰা ৰক্তই সংকটৰ সময়ত আন কাৰোবাক এটা নতুন জীৱন দিব পাৰে।...
01/01/2024

#ৰক্ত_দান_জীৱন_দান
#ৰক্তদান_মহান_দান
আপুনি দান কৰা ৰক্তই সংকটৰ সময়ত আন কাৰোবাক এটা নতুন জীৱন দিব পাৰে।
'Raktadaan Mahadaan'.
Donating blood to life
The humane act of donating blood gives new life to those in need.

যোৱা ২৮ ডিচেম্বৰ২০২৩ তাৰিখে লংকা-ফুলতলী মুখ্য পথ (উদালী গাছতলা)ত এক ভয়ংকৰ পথ দূৰ্ঘটনাত আহত হোৱা সাহিদ আলমৰ জৰুৰী বাবে তেজৰ প্ৰয়োজন হৈছে।
যদি কোনোবাই ৰক্ত দান কৰিবলৈ আগ্ৰহী অনুগ্ৰহ কৰি এই নম্বৰত যোগাযোগ কৰক
6001137263
আপোনাৰ সামান্য এটা সহায়ে এজন মা' ৰ কুল খালী হোৱাৰ পৰা ৰক্ষা পৰিব।
Shahid Alam, who was injured in a fatal road accident on the Lanka-Phultoli main road (Udali Gastala) on December 28, 2023, is in need of blood due to urgent needs.
If someone is interested in donating blood please contact this number
6001137263
A little help from you will save a mother from emptying
🙏🙏🙏

এনে ঠাণ্ডা দিনৰ বৰষুণ সকলোৰে বাবে ৰোমান্টিক নহবও পাৰে😥😰     এই সকলেই গাত ৰদ নলগা আৰু বৰষুণ নপৰা প্ৰকৃত মানুহ ❤‍🔥❤‍🔥     ...
08/12/2023

এনে ঠাণ্ডা দিনৰ বৰষুণ সকলোৰে বাবে ৰোমান্টিক নহবও পাৰে😥😰
এই সকলেই গাত ৰদ নলগা আৰু বৰষুণ নপৰা প্ৰকৃত মানুহ ❤‍🔥❤‍🔥
অনুভৱ কৰকচোন নিজকে এবাৰ এওঁৰ ঠাইত আৰু নিজকে বৰ্ণনা কৰকচোন সেই অনুভূতি খিনি
Copy

এচিড আক্ৰমণ! কিছুমান খবৰ দৃষ্টিগোচৰ হ'লে মনত অতিকৈ দুখ লাগে আৰু মনত খোভৰ উদগীৰন হয়। যেনেকুৱা এচিড আক্ৰমণ, ধৰ্ষণ ইত্যাদি।...
21/11/2023

এচিড আক্ৰমণ!

কিছুমান খবৰ দৃষ্টিগোচৰ হ'লে মনত অতিকৈ দুখ লাগে আৰু মনত খোভৰ উদগীৰন হয়। যেনেকুৱা এচিড আক্ৰমণ, ধৰ্ষণ ইত্যাদি।

যোৱাকালিৰ ঘটনা, বৰপেটাৰ ফজু বজাৰত গ্ৰন্থ মেলা চাবলৈ আহি নিৰুফা আকতাৰ নামৰ এগৰাকী ১৭ বছৰীয়া ছোৱালী এচিড আক্ৰমনৰ সন্মুখীন হয়। খবৰ পোৱা মতে প্ৰেমজনিত কাৰণত পাশণ্ড ল'ৰাজনে এই জঘন্যতম ঘটনা সংঘটিত কৰে।

এনেকুৱা এচিড আক্ৰমণ প্ৰায়ে ভাৰতবৰ্ষত দেখিবলৈ পোৱা যায়। বিশেষকৈ উত্তৰ ভাৰতত, কিন্তু লাহে লাহে অসমলৈ আহি আছে। এচিড আক্ৰমণৰ দৰে জঘন্য অপৰাধ ৰোধ কৰিব হ'লে চৰকাৰে কঠোৰতকৈ কঠোৰ আইন বনাব লাগিব আৰু বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক কোৰ্টত কৰিব লাগিব। এনেকুৱা জঘন্য অপৰাধৰ বাবে জেইল বা ফাঁচি যথেষ্ট নহয়। দৃষ্টান্তমূলক শাস্তি দিব লাগিব। হয় এনকাউন্টাৰ নহলে হাত-ভৰি কাটি দিব লাগিব। কিয়নো অপৰাধীয়ে যাতে অপৰাধ কৰাৰ আগত দহবাৰ ভাবে।

আজি চিন্তা কৰক ছোৱালীজনীয়ে কিমান কষ্ট পাই আছে, যন্ত্ৰনাত ছটফটাই আছে। তাইৰ মাক-দেউতাকৰ মনৰ অৱস্থাৰ কথা ভাৱক।






Copy - Nazrul Islam Unofficial

Today    Special
13/11/2023

Today Special

উদালী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা উদালী A.S.B.C কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ইদ্ৰিছ আলি চাৰ আৰু অমাৰ মাজত নাই।😭😭😭😭
10/10/2023

উদালী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা উদালী A.S.B.C কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ইদ্ৰিছ আলি চাৰ আৰু অমাৰ মাজত নাই।
😭😭😭😭

Sapno ki Keemat itni Baadi Thi ke  Aur Ghar Dono Chod na Pada 😢
10/10/2023

Sapno ki Keemat itni Baadi Thi ke
Aur Ghar Dono Chod na Pada 😢

ইন্না লিল্লাহি অ ইন্না ইলাইহি ৰাজিউন😭😭😭😭দক্ষিণ উদালী নিৰ্বাসী মোহাম্মদ আসিক উদ্দিন(মোৰ নানা) ছাহাবৰ আজি আবেলি 5 বজাত ইন্...
28/09/2023

ইন্না লিল্লাহি অ ইন্না ইলাইহি ৰাজিউন😭😭😭😭
দক্ষিণ উদালী নিৰ্বাসী মোহাম্মদ আসিক উদ্দিন(মোৰ নানা) ছাহাবৰ আজি আবেলি 5 বজাত ইন্তিকাল হয়েছে মৰহুমেৰ জানাযাৰ‌‌ নামাজ কাল সকালে 10 বজাত আদায় কৰা হব

হোজাই জিলাৰ নীলবাগান আৰক্ষী পহৰা চকীৰ কৰ্মৰত এজন কৰ্মবীৰ গৃহৰক্ষী জোৱান খাইৰুল ইছলাম,পিতা- কিতাপ আলী।      নিজৰ কৰ্তব্য ...
24/09/2023

হোজাই জিলাৰ নীলবাগান আৰক্ষী পহৰা চকীৰ কৰ্মৰত এজন কৰ্মবীৰ গৃহৰক্ষী জোৱান খাইৰুল ইছলাম,পিতা- কিতাপ আলী।
নিজৰ কৰ্তব্য ও দায়িত্ব পালনৰ বাবে উচ্চ বিষয়া সহ খাইৰুল অইন দিনাৰ দৰে যোৱা কালিও নিলবাগান আৰক্ষী পহৰা চকীত কৰ্তব্যত আছিলে,নাকা checking কৰি থকা অৱস্থাত তীব্ৰ বেগত অহা বাইক এখনেই চকুৰ পলকতেই খুন্দিয়াই ভৰিৰ ওপৰেৰে তুলি লৈ আহত অৰ্থাৎ এক প্ৰকাৰ খাইৰুলক প্ৰায় নিহত কৰি থৈ যায়, ঘটনাটো ইমানেই ভয়ানক আছিলে যে খাইৰুলে ঘটনাস্থলীতেই এখন ভৰি হেৰুৱাব লগা হয় 😭🙏।
অসম আৰক্ষী সঞ্চালক সহ হোজাই জিলা আৰক্ষী অধীক্ষক লৈ বিনিময়ৰ অনুৰোধ যে উক্ত উগ্ৰ বাইক চালক গৰাকীক এৰেষ্ট কৰি উপযুক্ত শাস্তি দি ভোক্ত গৃহৰক্ষী খাইৰুল ন্যায় প্ৰদান কৰাৰ পোষকতা কৰিলোঁ আৰু লগতে গৃহৰক্ষী জোৱানজনক সু-চিকিৎসাৰ ব্যৱস্থা কৰি সোনকালে সুস্থ হৈ স্বাভাৱিক স্থিতিত আহিব পাৰে,মোৰ দৰে বহু সাধাৰণ নাগৰিক তাৰেই আশাবাদী 👏।
Sabina Begum copy

সন্ধানহীন...হোজাই জিলাৰ ডবকা থানাৰ অন্তৰ্গত ডবকা SBI বেংকৰ কাষৰ বাসিন্দা দিলুৱাৰ হুছেইনৰ পুত্ৰ  তহচিন আহমেদ নামৰ ল'ৰাজন ...
02/08/2023

সন্ধানহীন...

হোজাই জিলাৰ ডবকা থানাৰ অন্তৰ্গত ডবকা SBI বেংকৰ কাষৰ বাসিন্দা দিলুৱাৰ হুছেইনৰ পুত্ৰ তহচিন আহমেদ নামৰ ল'ৰাজন আজি ৰাতিপুৱা 7 বজাৰ পৰা সন্ধানহীন হৈ আছে। যদি কোনো সদাশয় ব্যক্তিয়ে লৰাজনক দেখা পায় তেন্তে তলত দিয়া নম্বৰত-
9957833282 অথবা 9042233122 যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহব্বান জনাইছে।
Please share everyone
Samsul Alam copy

Address

Lanka

Telephone

+916901577554

Website

Alerts

Be the first to know and let us send you an email when Majid AhMed posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share