Tarun Saikia

Tarun Saikia Hello,,, I am an Assamese VIDEO CREATOR "TARUN SAIKIA". Please See the Video and follow My page. Tq.

29/07/2026

বানাক্ৰান্ত ৰাইজক সহায় কৰা সকলোলৈকে আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো।
আগন্তুক দিনত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব আপোনালোকে সকলোৱে মতামত প্ৰকাশ কৰিব বুলি আশা কৰিলোঁ।

কালি এটা ফেচবুক পোষ্ট অনুসৰি কিছু কথা আপোনালোকলৈ মন্তব্য আগবঢ়ালোঁ। যদি ভাল বুলি ভাবে share কৰিব।।

অখিল গগৈৰ দাদাৰ মত অনুসৰি প্ৰায় ৩ কোটি টকাৰ প্ৰয়োজন হ'ব বুলি মন্তব্য প্ৰকাশ কৰে। গতিকে মই ভাবোঁ আমাৰ অসম ১১চনৰ লোকপিয়ল অনুসৰি 3,12,05,576 জনসংখ্যা আছে, তাৰে ‌৫লাখৰো অধিক মানুহে চৰকাৰী চাকৰি কৰে। সকলোৱে মিলি একেলগে ১০০ টকা কৈয়ো দিয়ে বহু পৰিমাণে ধন সংগ্ৰহ হব।।
লগতে বে চৰকাৰী সকলোৱে অনুদান দিলেতো কোনো কথাই নাই।। বহু বুজন পৰিমাণৰ ধন সংগ্ৰহ হব।

গতিকে আপনোলোকে সকলোৱে কথাষাৰ চিন্তা চৰ্চা কৰি অখিল গগৈৰ দাদাক সহায় কৰিব বুলি আশা কৰিলোঁ।।
কথাষাৰ যদি ভূল ধাৰণা বুলি ভাবিছে ক্ষমা প্ৰাৰ্থনা জনাও। এই সময়ছোৱাত আপুনি বা মই শিৱসাগৰ, নাজিৰা, চৰাইদেউ, যোৰহাট জিলাত বানে সংহাৰী ৰূপে ঘৰ বাৰী সকলো ধ্বংসস্তুপত পৰিণত হৈছে।
মানৱীয়তাৰ খাতিৰত এই সময়ছোৱাত আমি সকলোৱে মিলি সহায় আগবঢ়োৱাৰ প্ৰয়োজন বুলি কথাষাৰ উল্লেখ কৰিলোঁ।। কেনে হয় সকলোৱে মন্তব্য প্ৰকাশ কৰিব বুলি আশা ৰাখিলোঁ।।

#অখিলগগৈডাঙৰীয়া

কালি আমাৰ গাঁৱত অনুষ্ঠিত হোৱা ভাওনাৰ কিছু অংশ আপোনালোকলৈ আগবঢ়ালোঁ। #ভাওনাফটো #ভাওনা_সংস্কৃতি
10/07/2026

কালি আমাৰ গাঁৱত অনুষ্ঠিত হোৱা ভাওনাৰ কিছু অংশ আপোনালোকলৈ আগবঢ়ালোঁ।
#ভাওনাফটো
#ভাওনা_সংস্কৃতি

Good morning friends 🌻💖 ভগৱানে মঙ্গল কৰক দুয়োকে,,,
02/07/2026

Good morning friends 🌻💖
ভগৱানে মঙ্গল কৰক দুয়োকে,,,


আমি প্ৰকৃতি প্ৰেমি হ'বই লাগিব।World Environment Day 2026 is celebrated globally on Friday, June 5, focusing heavily on u...
05/06/2026

আমি প্ৰকৃতি প্ৰেমি হ'বই লাগিব।

World Environment Day 2026 is celebrated globally on Friday, June 5, focusing heavily on urgent climate action and ecosystem restoration.
108 emergency ambulance service, Majuli


30/05/2026

বৰদেউতাৰ পূৰ্ণ তিথিত,এভাগি নৃসিংহ মূৰাৰী নাটক আৰু বৰ সবাহৰ আয়োজন কৰা হৈছে তাৰে কিছু অংশ আপোনালোকলৈ আগবঢ়ালোঁ।

Good morning friends 🌻🌞🌞☀️ My cute 🥰 🥰 🥰 🥰 🥰
26/05/2026

Good morning friends 🌻🌞🌞☀️
My cute 🥰 🥰 🥰 🥰 🥰

আমাৰ প্ৰিয় পৰিয়ালটো Lovly my family love 💘 😘 😘 😘 😘
15/05/2026

আমাৰ প্ৰিয় পৰিয়ালটো
Lovly my family love 💘 😘 😘 😘 😘



Address

Bihimpur
Majuli-Bongaon

Telephone

+919101243211

Website

Alerts

Be the first to know and let us send you an email when Tarun Saikia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Tarun Saikia:

Shortcuts

Share