Popi Das

Popi Das https://www.youtube.com/
অসমীয়া ছোৱালী পপী (Creation )(VLOG)
Welcome to My ID🙏majuli/assam

01/04/2025

সদৌ অসম মাজুলী কবি সন্মিলনৰ “চোতাল” অনুষ্ঠানটিত উপস্থিত থাকিব পাই ধন্য হলো৷মাজুলী জিলা কবি সন্মিলনৰ সকলো কবিকে ধন্যবাদ আৰু কৃতজ্ঞতা ইমান সুন্দৰ এটা অনুস্থানত মোকো সহমত কৰা বাবে। ব্যক্তিগত কাৰণত যাবলে অলপ অসুবিধা হৈছিল যদিও, তাতে বন্ধবাৰ তাতে আকৌ কবিতা অনুস্থান তাতে আকৌ জেষ্ঠ সকলৰ নিমন্ত্ৰন নগৈ পাৰো নে। তাতে আমাৰ অসমীয়াত কথা এষাৰ আছে নহয় মাতিলে ৰণলৈ যাবা নামাতিলে ভুজলৈ ও নাযাবা। আপোনালোকৰ মৰম আতিথ্যত সদায় সহযোগ কৰিম। মই কবি নহও কিন্তু কবিতা আৰু কবি সকলক আত্মাৰ পৰা ভাল পাওঁ৷






12/03/2025

Shout out to my newest followers! Excited to have you onboard! Rahul Das, Hari Prasad Dutta, Bitul Boruah, Rubi Borah, Jyoti B Hazarika

12/03/2025

With Jun Das – I just got recognized as one of their top fans!

05/03/2025

With Jun Das – I just made it onto their weekly engagement list by being one of their top engagers!

05/03/2025

আচলতে ভুগাজনে বুজি পাই। নুভুগাই ইনে ৰথ কোবাই থাকে। মানুহবোৰে আনক সমালোচনা কৰাতকে ঠাই বোৰ নিজে নিজে এবাৰ সলাই চাব লাগে।

05/03/2025

আনক দেখুৱাবলৈ মই ভদ্ৰতাৰ কৰি বেয়া পাওঁ,🥀
শব্দবোৰ যেনেধৰণৰ নহওক কিয় যি কওঁ পোনপটীয়াকৈ কৈ দিওঁ 😌🙌✨️

সূৰ্য্যৰ অস্ত কাৰোবাৰ বাবে সমাপ্তি হ'ব পাৰে 🍃, কিন্তু কাৰোবাৰ বাবে পুনৰ মিলনৰ প্ৰতীক্ষাও হ'ব পাৰে 😌💌। আঁউসীৰ আকাশ কাৰোবা...
05/03/2025

সূৰ্য্যৰ অস্ত কাৰোবাৰ বাবে সমাপ্তি হ'ব পাৰে 🍃, কিন্তু কাৰোবাৰ বাবে পুনৰ মিলনৰ প্ৰতীক্ষাও হ'ব পাৰে 😌💌।
আঁউসীৰ আকাশ কাৰোবাৰ বাবে বিষাদময় হ'ব পাৰে 💔🥀, কিন্তু কাৰোবাৰ বাবে জোন অহাৰ প্ৰতিশ্ৰুতিও হ'ব পাৰে 🌝💗!!
#সৰাফুল🥀🍂

05/03/2025

বুকুত যেতিয়া অজস্ৰ ভালপোৱা, হেপাঁ‌হ থাকে তেতিয়া সৃষ্টিৰ বীজবোৰে নতুনকৈ পোখা মেলে।
হেপাঁহ থাকিলে সকলো সম্ভৱ। হেপাঁহ থকালৈকে গোটেই পৃথিৱীখনেই আমাৰ, আকাশখনেই আমাৰ আৰু সময়বোৰও কেৱল আমাৰ মাথোঁ সৃষ্টিৰ ডেউকা কোৱাই দূৰ-দিগন্ত ভেদি উৰিবলৈ শিকিলেই হ'ল। আপোনাক হেপাঁহবোৰ, পাখি দুখন কোনেও খামুচি ধৰা নাই গতিকে উৰা মাৰক আপোনাৰ মাজত থকা সৃষ্টিবোৰ বিচাৰি।

05/03/2025

Address

Majuli

Website

Alerts

Be the first to know and let us send you an email when Popi Das posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Popi Das:

Share

Category