Hiranya kuli Officeal

Hiranya kuli Officeal ...

মোৰ page লৈ সকলোকে স্বাগত্বম জনাইছোঁ। সকলোৱে মৰম আৰু আৰ্শীবাদ কৰিব বুলি আশা কৰিলোঁ ।। ধন্যবাদ ।।

19/08/2026
19/08/2026
15/08/2026

Jai Hind 🙏🇮🇳

With Garrima Saikia Garg – I just got recognised as one of their top fans! 🎉
13/08/2026

With Garrima Saikia Garg – I just got recognised as one of their top fans! 🎉

অৰুণাচলৰ বিৰুদ্ধে TMPK-এ ঘোষণা কৰা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচীলৈ ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনী, মাজুলী জিলা সমিতিৰ...
12/08/2026

অৰুণাচলৰ বিৰুদ্ধে TMPK-এ ঘোষণা কৰা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচীলৈ ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনী, মাজুলী জিলা সমিতিৰ তৰফৰ পৰা সম্পূর্ণ সহযোগিতা আগবঢ়োৱা হ'ব। অসমৰ স্বাৰ্থ আৰু অধিকাৰৰ প্ৰতি আমি সদায় অটল থাকি, গণতান্ত্ৰিক আৰু শান্তিপূর্ণভাৱে গ্ৰহণ কৰা এই কাৰ্যসূচীত সংগঠনৰ প্ৰতিগৰাকী সদস্যই ঐক্যবদ্ধভাৱে সহযোগিতা আগবঢ়াম।

অসমৰ স্বাৰ্থৰ ক্ষেত্রত আপোচ নাই-ঐক্যবদ্ধভাৱে আগবাঢ়িম।

জাতীয় যুৱ বাহিনী মাজুলী জিলা সমিতি।
সভাপতি
শ্ৰী হিৰণ্য কুলি

With Priya Pegu – I just got recognised as one of their top fans! 🎉
06/08/2026

With Priya Pegu – I just got recognised as one of their top fans! 🎉

Address

Majuli
785104

Website

Alerts

Be the first to know and let us send you an email when Hiranya kuli Officeal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Hiranya kuli Officeal:

Shortcuts

Share