মৰমৰ মাজুলী-Moromor Majuli

মৰমৰ মাজুলী-Moromor Majuli সংস্কৃতিৰ বৰ ঘৰ মাজুলী। সমগ্ৰ বিশ্বত নিজৰ এক সুকীয়া পৰিচয় বহন কৰি অহা সত্ৰ নগৰী মাজুলীয়ে ৷
(1)

নমস্কাৰ বন্ধু-বান্ধৱী, ককাই-ভাই, বাই-ভনী, ভাই-ভনী আপোনালোক সকলোলৈকে মৰমৰ মাজুলী ফেচবুক পেজৰ তৰফৰ পৰা স্বাগতম জনালো। মাজুলীৰ হৈ কিবা এটা কৰাৰ অদম্য হেপাহ আছিল কিন্তু কিছু ব্যক্তিগত সমস্যাৰ বাবে বহু দুৰৈত থাকিব লগা হৈছে। তথাপিও মাজুলীয়ান হিচাপেই মোৰ চিনাকী বা মাজুলীয়েই মোৰ প্ৰথম পৰিচয়। আপোনালোকৰ সহায় সহযোগীতাৰ বাবেই মৰমৰ মাজুলী আজিৰ এই পৰ্যায় পাইছেহি।

সকলোলৈকে অশেষ ধন্যবাদ।
মৰমৰ মাজুলী Moromor Majuli

Good Evening dear friends.
29/03/2025

Good Evening dear friends.

Har har Mahadev
12/03/2025

Har har Mahadev

13/12/2024

*জাননী*

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫% বা ততোধিক নম্বৰ প্ৰাপ্ত ছাত্র-ছাত্রীক 'আনন্দৰাম বৰুৱা বঁটা, প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ আৰু নৱমমান শ্ৰেণীত অধ্যয়নৰত ছাত্র-ছাত্রীক চাইকেল প্ৰদানৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী
তাৰিখ-ইংৰাজী ১৬-১২-২০২৪, সময় – দিনৰ ১১.০০ বজাত
স্থান – শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰেক্ষাগৃহহাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫% বা ততোধিক নম্বৰ প্ৰাপ্ত ছাত্র-ছাত্রীক 'আনন্দৰাম বৰুৱা বঁটা, প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ আৰু নৱম মান শ্ৰেণীত অধ্যয়নৰত ছাত্র-ছাত্রীক চাইকেল প্ৰদানৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী
তাৰিখ-ইংৰাজী ১৬-১২-২০২৪, সময় – দিনৰ ১১.০০ বজাত
স্থান – শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্টি সংঘ মুকলি প্ৰেক্ষাগৃহ l

18/11/2024
15/11/2024

মাজুলীৰ ৰাস উৎসৱলৈ স্বাগতম জনালো🙏

14/11/2024

আজি মাজুলীলৈ কোন কোন আহিছে?

If you go to the historic Sri Sri Auniati Satra Palnam, you can enter this place and drink free cup of tea or cold water...
12/11/2024

If you go to the historic Sri Sri Auniati Satra Palnam, you can enter this place and drink free cup of tea or cold water. This is arranged by Shankar Madhav Seva Nyas, Seva Bharati, Hindu Jagaran Manch and Ekol Vidyalaya. Congratulations and thank them for their initiative.

ৰাস মহোৎসৱৰ বাবে মাজুলী-নিমাতীৰ মাজৰ ফেৰি সেৱাৰ Online টিকত বন্ধ কৰি দিয়া হৈছে। ৰাসৰ কেইদিন ঘাটত গৈ Offline পদ্ধতিৰে টিক...
12/11/2024

ৰাস মহোৎসৱৰ বাবে মাজুলী-নিমাতীৰ মাজৰ ফেৰি সেৱাৰ Online টিকত বন্ধ কৰি দিয়া হৈছে। ৰাসৰ কেইদিন ঘাটত গৈ Offline পদ্ধতিৰে টিকত ল'ব পাৰিব। ৰাসৰ বাবে মাজুলীত ঘাটৰ সংখ্য়া বৃদ্ধি কৰিছে। ৰাসৰ কেইদিন নিমাতী ঘাটৰ পৰা মাজুলীৰ তিনিটা ঘাটলৈ জাহাজ আৰু নাওবোৰ যাব। নিমাতী-কমলাবাৰী, নিমাতী অফলামুখ আৰু নিমাতী-দক্ষিণপাটৰ মাজত নাও চলাচল কৰিব।

পুনৰ বিশ্বৰ বুকুত জিলিকি উঠিল মাজুলীৰ নাম। মাজুলীৰ পবিত্ৰ নাথ ককাইদেউৱে ১৫ শংখ্যক ৱৰ্ল্ড বডী বিল্ডিং চেম্পিয়নশ্বিপত সোণৰ...
09/11/2024

পুনৰ বিশ্বৰ বুকুত জিলিকি উঠিল মাজুলীৰ নাম। মাজুলীৰ পবিত্ৰ নাথ ককাইদেউৱে ১৫ শংখ্যক ৱৰ্ল্ড বডী বিল্ডিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰি মাজুলীবাসীলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিছে। তেখেতক মৰমৰ মাজুলীৰ তৰফৰ পৰা অশেষ শুভেচ্ছা জ্ঞাপন কৰিছো। আগুৱাই যাওক 🙏🙏

Address

Majuli

Alerts

Be the first to know and let us send you an email when মৰমৰ মাজুলী-Moromor Majuli posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to মৰমৰ মাজুলী-Moromor Majuli:

Share

Moromor Majuli

Welcome to Moromor Majuli.......

Majuli is a river island in the Brahmaputra River Assam and in 2016 it became the first island to be made a district in Assam. Majuli is currently listed as the world’s largest river island in the Guinness Book records.

The main surviving Satras are:


  • Auniati Satra