Sikha moni

Sikha moni Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sikha moni, Video Creator, Majuli.
(1)

Reel Life আৰু Real Life দুইটা সম্পূৰ্ণ বেলেগ বেলেগ, গতিকে মোৰ Reel এটা চাইয়ে মোক মোৰ Real Life ৰ লগত তুলনা নকৰিব ধন্যবাদ । মাজুলীৰ চুতীয়া ছোৱালী আৰু গোলাঘাট আঠখেলীয়াৰ চুতীয়া বোৱাৰী 🤘 এইয়াই মোৰ পৰিচয় 😍

মতা হ'লে অলপ দম থকা মতা হ'ব লাগে, মাইকীৰ পিছে পিছে ঘূৰি ফুৰা, মাইকী কথা মতে উঠ বহ 😆 ধেই ভাল নালাগে 😂
12/08/2026

মতা হ'লে অলপ দম থকা মতা হ'ব লাগে, মাইকীৰ পিছে পিছে ঘূৰি ফুৰা, মাইকী কথা মতে উঠ বহ 😆 ধেই ভাল নালাগে 😂

সঁচা কথা ক'লে লাজ পাই কিছুমানে, বেয়া পালেও মোৰ উপাই নাই, সঁচা কথা কমেই মই।
12/08/2026

সঁচা কথা ক'লে লাজ পাই কিছুমানে, বেয়া পালেও মোৰ উপাই নাই, সঁচা কথা কমেই মই।

12/08/2026
সকলোৰে ভাগ্যত হয়তো নাথাকে ৰাণী হৈ খাবলৈ, যি পাইছে সুখী, আৰু যি নাই পোৱা তেঁওলোকৰ আনক লৈ জ্বলন 🤣🤣 সঁচা কথা কোৱা মানুহ ভা...
12/08/2026

সকলোৰে ভাগ্যত হয়তো নাথাকে ৰাণী হৈ খাবলৈ, যি পাইছে সুখী, আৰু যি নাই পোৱা তেঁওলোকৰ আনক লৈ জ্বলন 🤣🤣
সঁচা কথা কোৱা মানুহ ভাই, স্বাৰ্থৰ লোভত বেয়াটোকো ভালবুলিবলৈ সাহস নাই মোৰ

গাটো বৰ ভাল নহয়, সেয়েহে আজি এনেকৈয়ে, যোৱাৰাতি টোপনী খতি হ'ল গৰমেও চেপিলে , আজি টাউনত ঘূৰিলোঁ অলপ, এতিয়া অলপ ভাগৰুৱা ...
12/08/2026

গাটো বৰ ভাল নহয়, সেয়েহে আজি এনেকৈয়ে, যোৱাৰাতি টোপনী খতি হ'ল গৰমেও চেপিলে , আজি টাউনত ঘূৰিলোঁ অলপ, এতিয়া অলপ ভাগৰুৱা অনুভৱ হৈছে।

সৰুতে আমি খুব বস্তু চুৰ কৰি কৰি খাঁও, বিস্কুটৰ বৈয়াম আৰু চেনি বৈয়াম মাই ওপৰত থই আৰু আমি পীয়া জোৰা দি চুৰ কৰি খোৱা মানু...
12/08/2026

সৰুতে আমি খুব বস্তু চুৰ কৰি কৰি খাঁও, বিস্কুটৰ বৈয়াম আৰু চেনি বৈয়াম মাই ওপৰত থই আৰু আমি পীয়া জোৰা দি চুৰ কৰি খোৱা মানু্হ হয়, আৰু কাৰ কাৰ এনেকোৱা কথা আছে এবাৰ ৰিঙীয়াব দেই। লুকাই লুকাই খোৱা যিটো মজা আছিল মাহতে নেদেখাকৈ আজি কিন্তু তাত কে ওপৰৰ বস্তু চকুৰ সন্মুখত কিন্তু খাবহে নোৱাৰোঁ।

মোবাইল চাবলৈ মন যোৱা নাই, গাটো অলপো ভাল লগা নাই, যোৱাৰাতি টোপনী খতি 🙂
12/08/2026

মোবাইল চাবলৈ মন যোৱা নাই, গাটো অলপো ভাল লগা নাই, যোৱাৰাতি টোপনী খতি 🙂

এইবছৰৰ প্ৰথম কচু খাম, আমাৰ ইয়াত kg 60 টকা, আপোনালোকৰ ফালে কিমান দাম জনাবচোন। আৰু গোটেই কচু বোৰৰ ভিতৰত এইবিধ কচু মোৰ প্ৰ...
12/08/2026

এইবছৰৰ প্ৰথম কচু খাম, আমাৰ ইয়াত kg 60 টকা, আপোনালোকৰ ফালে কিমান দাম জনাবচোন। আৰু গোটেই কচু বোৰৰ ভিতৰত এইবিধ কচু মোৰ প্ৰিয়

Address

Majuli

Alerts

Be the first to know and let us send you an email when Sikha moni posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category