Sarat Borah Majuli

Sarat Borah Majuli গাৱঁৰ সহজ সৰল জীৱন মোৰ অতিকে প্ৰিয়।
মাজুলীৰ নৈপৰীয়া জীৱন মোৰ বৰ আপোন ।
অসমীয়া হিচাপে গৌৰৱবোধ কৰোঁ ।

02/09/2024
29/08/2024

==মাজুলীলৈ নিমন্ত্রন==
~~~~~~🖋শৰত(মাজুলী)

হে নমস্য সকল,তোমালোক আহিবা,
নাহো বুলি নকবা,
মাজুলী আইৰ দুখৰ বোজা লবলৈ নহয়
দুখৰ সমভাগী হবলৈ,
লুইতৰ বুকুত এপলক ৰৈ
মাজুলী আইৰ দুখ বোৰ এবাৰ চাই যাবা,
আমি হেনো নৈপৰীয়া !
মাজুলী আইৰ নৈপৰীয়া জীৱনটি
মন নাযায় জানো চাবলৈ ?
লুইতৰ পাৰৰ কঁহুৱা ঝাওবনৰ মাজত
লুকাই থকা আইৰ দুখবোৰ |
মাজুলী আই বিশ্ববাসীৰে আদৰৰ |
কিন্তু এতিয়া ৰজাঘৰীয়াৰ মাহীআইৰ চকু,
আই বৰ অসহায় |
আইৰো বহুত সপোন আছিল
বিশ্বদৰবাৰত জিলিকি থকাৰ |
আজি আইৰ চকুত চকুপানী |
হে নমস্য সকল, পাৰিবানে মোহাৰিব
আইৰ চকুপানী |
কিমান চাম আৰু আইৰ শীৰ্ণকায় চেহেৰাটি |
যদি পাৰা দি যাবাহি
আইক এষাৰি মাত |
তোমালোকৰ আশীষ পালে
থাকিব হেনো আইৰ বক্ষ |
হে নমস্য সকল, মাজুলীলৈ আহিবা
নাহো বুলি নকবা | -----------

ডেকা চাং
29/08/2024

ডেকা চাং

Address

Laholial Gaon. Kamalabari. Majuli
Majuli

Website

Alerts

Be the first to know and let us send you an email when Sarat Borah Majuli posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share