Xunpahi

Xunpahi Whatsapp - 9707160039
(6)

12/08/2025

এইবাৰ বেলেগ এটা Josh 🔥😍// ঘৰ যাম ভাবিলেও এইবোৰৰ কাৰণে ভয় লাগে🥹

10/08/2025

কথা পাতি থাকোঁতেই ৰণ লাগে,👊😥//আম পান্না হে খুৱাই🤣🤣

হেৰা মানুহজন.. Saikia Bhai .কিবা এটা পাহৰিলে নেকি?? আজি 10 August, আমাৰ বিশেষ দিনটি। 8 বছৰ হ'ল তোমাৰ লগত সম্পৰ্ক কৰা,,এত...
09/08/2025

হেৰা মানুহজন.. Saikia Bhai .কিবা এটা পাহৰিলে নেকি?? আজি 10 August, আমাৰ বিশেষ দিনটি। 8 বছৰ হ'ল তোমাৰ লগত সম্পৰ্ক কৰা,,এতিয়া বিয়া হ'লো বুলি এইটো দিন পাহৰিম নে??? বিয়াৰ আগত আজিৰ এই দিনটো বাবে কিমান আশাৰে ৰৈ আছিলোঁ,,আজিও মোৰ বাবে এই দিনটো বহুত বেছি বিশেষ❤️🥹মই কেতিয়াও নাপাহৰো দেই🥹 কিমান যে কাহিনী গৈছে,,,এতিয়াও চকু আগত 2017 চনৰ 10 August দিনটো মনত আছে😍 তেতিয়াৰ খঙাল ল'ৰাজন এতিয়া মোৰ একেবাৰেই আপোন,,মোৰ মানুহজন ❤️ভাল পাওঁ তোমাক,,সদাই বিশ্বাসী হৈ ৰ'বা দেই❤️🙏 এতিয়া তোমাৰ WhatsApp Status'ত নিলিখা নেকি "সুখে দুখে আঠটা বছৰ পাৰ কৰিলোঁ" বুলি???
Happy Love Anniversary My Man ❤️Celebrating 8 Years of Togetherness😍, Gift টো নিদিলে ক্ষমা নাই দেই ল'ৰা 👊

09/08/2025

Stock Clearance Sale..,😍 Low range t d asu..
To order Whatsapp me on 9707160039

09/08/2025

মই ইমান স্বাৰ্থপৰ নহয়,,দুখ হে পালোঁ😥😭 // ভগৱানে ভাল বচালে🥹// ইহঁতৰ কাজিয়া😡

08/08/2025

মিছা কথা কৈ মোক লৈ আনিলে😡 // তেওঁৰ দুৰ্বলতা😥 //Our New Plan 😍🔥

🛒 কিনিবৰ বাবে লিংক:
🔗 Flipkart: https://protogrow.psce.pw/7ztaqz
🔗 Amazon: https://protogrow.psce.pw/7ztasd
�� Does your child’s chocolate drink only taste good but harm their immunity? Loading them with sugar, preservatives & empty calories? Switch to FitBhim Chocolate Drink – Ayurvedic nutrition meets real chocolate! ���� Bhim Bananas, Brahmi, Ashwagandha, Turmeric No refined sugar or preservatives Boosts immunity, growth, and brainpower A mother’s trust. A child’s favorite. �� You can grab it from Amazon, Flipkart, or directly from their website: www.protogrow.in

07/08/2025

Good Evening😍

06/08/2025

স্কাৰ্ত পিন্ধা দেখি শাহু মাৰ Reaction😩😳// তেওঁৰ বহুত কথা,,নিজেই সকলো কৰে হেনো 😡😡

05/08/2025

গৰমৰ বন্ধত Housefull // এই গতি হৈছে মোৰ😥 বজাৰত মাকৰ অৱস্থা বেয়া🤣

05/08/2025

এটা আশা পূৰণ কৰিলে😍 // বেলেগৰ ওচৰত বেয়াকৈ কলে দুখ লাগে😥🙏

Address

Mangaldai

Website

Alerts

Be the first to know and let us send you an email when Xunpahi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Xunpahi:

Share

Category