04/06/2025
#হাজৰিকাপাৰা ৰাইজিং ক্লাবত ৩ জুন ২০২৫ তাৰিখ মঙ্গলবাৰে আবেলি অনুষ্ঠিত হোৱা,
#দৰং ক্ৰীড়া বাৰ্তাৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত ১০গৰাকী নবীন-প্ৰবীণ খেলুৱৈ সম্বৰ্ধনা,
# কাবাদী খেলুৱৈ শান্তি কুমাৰী বড়োক ২০২৫বৰ্ষৰ 'শ্ৰেষ্ঠ যুৱ ক্ৰীড়াবিদ' আৰু ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সোনৰ পদক বুলিবলৈ সক্ষম হোৱা ডিষ্ণা জে আৰ চন্দক 'উদীয়মান যুৱ ক্ৰীড়া প্ৰতিভা' বঁটা প্ৰদান।
#বৃক্ষবন্ধু দিদাৰ আলী-ওৱাহিদুৰ ৰহমানৰ গছপুলি ৰোপণ,
#৭জনীয়া ডি কে বি ফাউণ্ডেশ্যন গঠন,
#বৰ্ষপূৰ্তি সংখ্যা উন্মোচন।
" বাৰ্তা পৰিয়ালৰ এম মোবাৰক হুছেইন ডাঙৰীয়াৰ লগতে সমূহ দৰং ক্ৰীড়া বাৰ্তা ৰ পৰিয়াল বৰ্গ লৈ আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইমান খিনি মৰম, আৰ্শীবাদ আৰু সণ্মান দিয়াৰ বাবে আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰম 🙏🙏🙏