
20/01/2025
Selected For State Level Competition
Assam Science Technology and Environment Council ৰ অধীনস্থ মাধ্যমিক পৰ্য্যায়ৰ বাবে জিলা ভিত্তিত আজি (20/01/2025) আয়োজিত ওদালগুৰি জিলাৰ শিশু বিজ্ঞান সমাৰোহত আমাৰ বিদ্যালয়ৰ প্ৰকল্পটি (Project) ৩য় স্থান লাভ কৰি State Level Competition ৰ বাবে নিৰ্বাচিত হৈছে। প্ৰকল্পটিত অংশগ্ৰহণ কৰে আমাৰ বিদ্যালয়ৰ ৯ম শ্ৰেণীৰ ছাত্ৰ শ্ৰী কুনাল চহৰীয়া আৰু শ্ৰী বৰ্ণিল শাণ্ডিল্যই। প্ৰকল্প নিৰ্দেশক- শ্ৰী হেমাঙ্গ চহৰীয়া (বিজ্ঞান শিক্ষক)। তেওঁলোকক আমাৰ বিদ্যালয় পৰিয়ালৰ হৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। সকলোৱে আশীৰ্বাদ যাতে প্ৰকল্পটি ৰাজ্যিক পৰ্য্যায়ত নিৰ্বাচিত হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰিব পাৰে।