JHUNU DD's Lifestyle Diary

JHUNU DD's Lifestyle Diary ✨মই শক্তিশালী, মই ভয়ক জয় কৰোঁ, ঈশ্বৰৰ আশীৰ্বাদে মোৰ পথ সুৰক্ষিত✨️

Good morning 🌅Thank you universe ✨️ 💖 Thank you Mahadev 🙏❤️
27/08/2026

Good morning 🌅

Thank you universe ✨️ 💖
Thank you Mahadev 🙏❤️

26/08/2026

মৌন হৈ থাকিও ভাল লাগে 😍

Good morning 🌅Thank you universe❤️ Thank you Mahadev🙏❤️
26/08/2026

Good morning 🌅

Thank you universe❤️
Thank you Mahadev🙏❤️

সময়ৰ সৈতে সকলো পৰিৱৰ্তন হৈ যায় 💚
22/08/2026

সময়ৰ সৈতে সকলো পৰিৱৰ্তন হৈ যায় 💚

নতুন প্ৰচেষ্টা 🤩
20/08/2026

নতুন প্ৰচেষ্টা 🤩

18/08/2026

কচুগুটি😘

তাইৰ বাৰু কাপোৰ পিন্ধাত ভুল আছিল নে চাল-চলনত ভুল আছিল?? ক'ত........??তাইৰ ভুল এইটোৱেই আছিল যে তাই ছোৱালী হৈ জন্ম ল'লে। ক...
13/08/2026

তাইৰ বাৰু কাপোৰ পিন্ধাত ভুল আছিল নে চাল-চলনত ভুল আছিল?? ক'ত........??

তাইৰ ভুল এইটোৱেই আছিল যে তাই ছোৱালী হৈ জন্ম ল'লে। কাৰণ এই পৃথিৱীত নাৰীৰ সুৰক্ষিত স্হান ক'তোৱেই নাই। আজি বোলে অমুকত কোনোবাই কাৰোবাক ধৰ্ষণ কৰিলে, কালি বোলে তমুকত কাৰোবাক ধৰ্ষণ কৰি মাৰি পেলালে.....।

চিঃ........

ন্যায় পাবনে বাৰু কনমানি Aizal য়ে

25/07/2026

আগৰ পৰা টোপনিৰ কাৰণে মোক একোৱে কৰিব নিদিলে, বিচনাত লোৱাৰ পিছত তাইৰ টোপনি "মাৰ গুলী-ঢেঁকীয়াজুলি" হ'ল🤔😁 বায়েক-পেহীয়েকক পাই এতিয়া মাকৰ দৰকাৰ নোহোৱা হ'ল🫠😥

23/07/2026

কলিজা😘

Address

Mangaldai
784529

Alerts

Be the first to know and let us send you an email when JHUNU DD's Lifestyle Diary posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to JHUNU DD's Lifestyle Diary:

Shortcuts

Share