Deepjyoti Deka

Deepjyoti Deka Deepjyoti's Vlog

26/08/2024

श्री कृष्ण जन्माष्टमी की हार्दिक शुभकामनाएं ❤️

Happy Faces
13/11/2023

Happy Faces

Lighten Guwahati 💥👌Click -  HazarikaHappy Diwali Everyone
13/11/2023

Lighten Guwahati 💥👌

Click - Hazarika

Happy Diwali Everyone

Sending all the prayers and Beautiful wishes on the occasion of Shri Krishna Janmashtami 💝🫶শ্ৰী কৃষ্ণ জন্মাষ্টমী ৰ সকলোক...
06/09/2023

Sending all the prayers and Beautiful wishes on the occasion of Shri Krishna Janmashtami 💝🫶

শ্ৰী কৃষ্ণ জন্মাষ্টমী ৰ সকলোকে শুভেচ্ছা জনালোঁ।

India is the First country to make soft landing on the South Pole of Moon 🌚Historic Day for India 🇮🇳Congratulations ISRO...
23/08/2023

India is the First country to make soft landing on the South Pole of Moon 🌚

Historic Day for India 🇮🇳

Congratulations ISRO - Indian Space Research Organisation

Marketing Level 🔥
16/08/2023

Marketing Level 🔥

Happy 77th Independence Day to Everyone ❤️Jai Hind 🇮🇳
15/08/2023

Happy 77th Independence Day to Everyone ❤️

Jai Hind 🇮🇳

14/08/2023

Namo namo ji Shankara 🔱

10/08/2023

এজন লৰাৰ ঘৰ খনৰ প্ৰতি থকা দ্বায়িত্ব>>>>>>> নিজৰ সকলো সুখ, আনন্দ

08/08/2023

জীৱন নিৰ্বাহৰ বাবে কষ্ট কৰি ও হাঁহি মাৰিব এৰা নাই , এই সৰু লৰা জনো এক সুন্দৰ নিদৰ্শন স্বাৱলম্বী হবৰ বাবে

07/08/2023

Cricket is not just a Game , it's emotion 💟

02/08/2023

চলন্ত বাছ এখনত যদি এগৰাকী মহিলা ঠিয় হৈ থাকে,বেছিভাগ পুৰুষেই মহিলা গৰাকীক নিজে বহি থকা চিটটো এৰি দিয়ে।
দীঘলীয়া লাইনত শাৰী পাতি থাকোঁতে কোনোবা এজন হ'লেও পুৰুষে কয়,
মহিলাগৰাকীক আগতে যাবলৈ দিয়ক।
বজাৰৰ ভিৰৰ মাজত দোকানীয়ে পুৰুষ গ্ৰাহকক কয় "দাদা অলপ বহি দিয়ক" বাইদেউ গৰাকীক আগতে পঠাই লওঁ।
স্কুলত যিজন শিক্ষকে ল'ৰাক গৰু বুলি সম্বোধন কৰে ছোৱালী এজনীৰ ক্ষেত্ৰত কিন্তু শিক্ষকজন সিমানখিনি সংযত।
কোনোবাই যদি এজন পুৰুষক জীৱনত আটাইতকৈ ভালপোৱা মানুহ এগৰাকীৰ নাম কবলৈ কয়,তেওঁ হয়টো প্ৰথমতে এগৰাকী নাৰীৰ কথাই কব।
কিন্তু কট্টৰ নাৰীবাদীয়ে সেইসকল পুৰুষক সন্মান নকৰে,মাঁথো অস্বীকাৰ কৰে।
তেওঁলোকে ভাৱে পুৰুষ মানেই ধৰ্ষণকাৰী,নিৰ্যাতনকাৰী,দেহপ্ৰেমী ইত্যাদি।
অন্ততঃ তেওঁলোকে এইটো পাহৰিব নালাগে যে সেই সকল পুৰুষৰ মাজত এজন দেউতা,এজন স্বামী,এজন ভাতৃও থাকে।
যুক্তি দিয়ক,কিন্তু অস্বীকাৰ নকৰিব,
এগৰাকী নাৰীৰ বিপদৰ সময়ত সন্মুখত ঠিয় দিবলৈ এজন হ'লেও পুৰুষ সদায়ে সাজু হৈ থাকে।
©®

ভাল লাগিলে শ্বেয়াৰ কৰিব,এনে ধৰনৰ আপডেট পাবলৈ পেজটো ফ'ল কৰি ল'ব।🙏

Address

Mangaldai

Alerts

Be the first to know and let us send you an email when Deepjyoti Deka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Deepjyoti Deka:

Share

Category