Manisha Saikiaa

Manisha Saikiaa Ruhi & Mom lifestyle

তাইক যেতিয়া স্কুললৈ লৈ লৈ গৈছিলো ক্লাছ নথকা সময়ত তাইক এনেকৈ লৈ আছিলো স্কুলৰ বাহিৰত ।কি পিন্ধিছো কি খাইছো একো খবৰ ৰাখিবলৈ...
17/07/2025

তাইক যেতিয়া স্কুললৈ লৈ লৈ গৈছিলো ক্লাছ নথকা সময়ত তাইক এনেকৈ লৈ আছিলো স্কুলৰ বাহিৰত ।
কি পিন্ধিছো কি খাইছো একো খবৰ ৰাখিবলৈ মোৰ সময় নাছিল । স্কুলত গৈ হে ভাবো এইবোৰ কি পিন্ধি আহিলোঁ বুলি । মনত এসাগৰ দুখ যন্ত্ৰণা আছিল আপোনজনে সেই সময়ত কৰা অৱহেলাবোৰ আনফালে মাতৃত্বৰ গধূৰ দায়িত্ব তাৰোপৰি স্কুলৰ বোৰটো আছেই । সাংঘাটিকধৰণৰ যন্ত্ৰণাদায়ক আছিল সেই সময় । কেতিয়াও নাপাহৰো সেই সময় আৰু সেই সময়ত দুখ দিয়া মানুহবোৰক ।

🌿❤️ Good morning everyone❤️🌿
17/07/2025

🌿❤️ Good morning everyone❤️🌿

06/07/2025

I want to give a huge shout-out to my top Stars senders. Thank you for all the support!

Mãmóñï Mílî

🎉 Facebook recognized me as a consistent reels creator this week!
02/07/2025

🎉 Facebook recognized me as a consistent reels creator this week!

মোৰ জীৱনত মই এনেকুৱা মানুহো লগ পাইছো যিয়ে বিপদত মোক ফোন কৰি কৰি পাগল কৰি দিয়ে আৰু  স্বামী স্ত্ৰীৰ একান্ত ব্যক্তিগত কথাও ...
29/06/2025

মোৰ জীৱনত মই এনেকুৱা মানুহো লগ পাইছো যিয়ে বিপদত মোক ফোন কৰি কৰি পাগল কৰি দিয়ে আৰু স্বামী স্ত্ৰীৰ একান্ত ব্যক্তিগত কথাও মোৰ আগত কয় আৰু মই যদি মোৰ জীৱনৰ সাধাৰণ কথা এটিও চেয়াৰ কৰো মোক কয়
" মোৰ Whatsapp টো মোৰ Husband এ scan কৰি থৈছে মোক একো নকবা গালি দিব ।"
সংসাৰৰ সতী সাৱিত্ৰী গৰাকী ঔ আই 😎

26/06/2025

Good Night Everyone
❤️

🌿🌹Good Night Everyone🌹🌿
23/06/2025

🌿🌹Good Night Everyone🌹🌿

22/06/2025

I want to give a huge shout-out to my top Stars senders. Thank you for all the support!

Dhurbajyoti Das, Tarulata Deka, Jyotima R Kalita, Zinti Devi, Shilpi Das, Sumi Mahanta

মই কাৰো বাবে একো হ'ব নিবিচাৰোঁ, মাথো মোৰ মাঁৰ বাবে সফল জিয়ৰী আৰু মোৰ ছোৱালীৰ বাবে এগৰাকী সফল মাতৃ হ'ব বিচাৰোঁ ।
22/06/2025

মই কাৰো বাবে একো হ'ব নিবিচাৰোঁ, মাথো মোৰ মাঁৰ বাবে সফল জিয়ৰী আৰু মোৰ ছোৱালীৰ বাবে এগৰাকী সফল মাতৃ হ'ব বিচাৰোঁ ।

Good Afternoon Everyone 🌹
21/06/2025

Good Afternoon Everyone 🌹

সিহঁতৰ মানসিকতাতকৈ মোৰ চেণ্ডেলযোৰ বেছি চাফা😊
20/06/2025

সিহঁতৰ মানসিকতাতকৈ মোৰ চেণ্ডেলযোৰ বেছি চাফা😊

🌿🌹Good Morning Everyone 🌹🌿
19/06/2025

🌿🌹Good Morning Everyone 🌹🌿

Address

Mangaldai

Alerts

Be the first to know and let us send you an email when Manisha Saikiaa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share