10/09/2026
ইমান সুন্দৰ এটা ঈদগাহ! পশ্চিমফালে ৰাজা পুখুৰী এল.পি. স্কুল, পূৰ্বফালে ৰাজা পুখুৰী চাব-চেণ্টাৰ, মাজত এই সুন্দৰ ঈদগাহখন আৰু দক্ষিণফালে কৱৰস্থান। ইমান সুন্দৰ আৰু পবিত্ৰ স্থান । ছবিখন বহুত ভাল লাগিছে বিশেষকৈ ৰাজা পুখুৰী বাগিচা যুৱ বন্ধুসকলৰ পৰা কমেণ্ট বিচাৰিছোঁ—সঁচাকৈ ফটোখন আপোনালোকৰ ভাল লাগিছেনে? আপোনালোকৰ মতামত কমেণ্ট কৰি জনাবচোন। (AP) (Rpb) ❤️🙏 😔🤲 Baharul Islam Tajir Hussain Midul Hoque Saiful Islam