
24/07/2025
ভতিজা জনী আজি ৮ বছৰীয়া হল । দেউতাকৰ দুৰ্ঘটনাৰ পিছত কব নোৱাৰিলেও মানসিক ভাৱে এতিয়াৰ পৰা এটা চিন্তা লৈ আগবাঢ়ি গৈ থকা মৰমৰ ডাঙৰ ভতিজা আমাৰ সোন । আমাৰ সকলোৰে মৰমৰ সোনজনীলৈ ওপজা দিনৰ ওলগ জনালোঁ । অনাগত সময়ত তাইৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ । সকলোৱে দোৱা কৰিব তাইৰ বাবে যাতে এদিন তাই সফল হয় দেউতাকৰ সাৰথি হব পাৰে ।
Ijajul Hoque