AV News

AV News 24×7 Assames News Portal in Assam

BREAKINGমানকাচৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান জব্দ বুজন পৰিমাণে নিচাজাতীয় দ্ৰব্য আটক তিনি সৰবৰাহকাৰী ৷।
14/04/2026

BREAKING
মানকাচৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান জব্দ বুজন পৰিমাণে নিচাজাতীয় দ্ৰব্য আটক তিনি সৰবৰাহকাৰী ৷

দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীৰ উদ্যোগত ৰঙালী বিহু উদযাপন ৷
14/04/2026

দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীৰ উদ্যোগত ৰঙালী বিহু উদযাপন ৷

14/04/2026

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীতো আৰক্ষীৰ উদ্যোগত পালন কৰিলে ৰঙালী বিহু।

14/04/2026
14/04/2026

হাটশিঙিমাৰীত আৰক্ষীৰ উদ্যোগত ৰঙালী বিহু উদযাপন

এক অবিৰত যাত্ৰা------✍️ হাবিবুল ইছলাম-------------জীৱনটো যেন এটা অবিৰত যাত্ৰা…কেতিয়া যে কোন পথেদি আগবাঢ়ি যাওঁ,নিজেই অন...
13/04/2026

এক অবিৰত যাত্ৰা
------✍️ হাবিবুল ইছলাম-------------
জীৱনটো যেন এটা অবিৰত যাত্ৰা…
কেতিয়া যে কোন পথেদি আগবাঢ়ি যাওঁ,
নিজেই অনেকবোৰ ক্ষেত্ৰত অজ্ঞাত।

কেতিয়াবা সুখৰ সেউজীয়া পথ,
কেতিয়াবা বিষাদে ধুমলাই দিয়া ৰঙীন পথ,
তথাপিও যাত্ৰাটো থমকাব নোৱাৰে—
কাৰণ আগত আছে নতুন আশা,
নতুন গন্তব্য, নতুন অভিজ্ঞতা।

এই অবিৰত যাত্ৰাত
কেতিয়াবা মানুহে লগ পায়,
কেতিয়াবা গুণি বুজাব নোৱাৰা ধৰণে হেৰুৱাই যায় ।

জীৱন হ’ল পথ—
আমিহে সেই পথিক,
অবিৰত সন্ধানত, অবিৰত শিকাত,
অবিৰত অনুভৱত…
অবিৰত যাত্ৰা---------

13/04/2026

সুখচৰত নিশাৰ ভিতৰতে গৰাখহনীয়াত বিলিন কেইবাখনো ঘৰৰ মাটি-ভেটি ৷ গৰাখহনীয়াৰ চৰম ভাবুকিত সুখচৰ গাঁৱৰ লগতে সুখচৰ এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ নিৰাপদ স্থান বিচাৰি হাহাকাৰ নৈপৰীয়া ৰাইজৰ ৷

13/04/2026

প্ৰাণৰ শিল্পী অসমীয়াৰ আৱেগ জুবিন গাৰ্গক লৈ সামাজিক মাধ্যমত বেয়া মন্তব্য কৰাৰ বাবে এজাহাৰ দাখিল । মানকাচৰ থানাত এজাহাৰ দাখিল কৰিলে জুবিন গাৰ্গৰ অনুৰাগীয়ে । বাপন শ্বাহা নামৰ এজন যুৱকে সামাজিক মাধ্যমত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ বিৰূপ মন্তব্য কৰাকলৈ ক্ষোভিত হৈ পৰিছে মানকাচৰৰ জুবিন অনুৰাগী সকল ।

সুখচৰত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া ! ৰাইজে নিৰ্মাণ কৰা নদীবান্ধে ৰক্ষা নকৰিলে সুখচৰক ! মুহূৰ্তৰ ভিতৰতে কেইবাখনো ঘৰৰ...
13/04/2026

সুখচৰত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া ! ৰাইজে নিৰ্মাণ কৰা নদীবান্ধে ৰক্ষা নকৰিলে সুখচৰক ! মুহূৰ্তৰ ভিতৰতে কেইবাখনো ঘৰৰ মাটিভেঁটি বিলিন হল ব্ৰহ্মপুত্ৰৰ বুকুত। হাহাকাৰ নৈপৰীয়া ৰাইজৰ ! খৱৰ নাই জিলা প্ৰশাসনৰ।

হাটশিঙিমাৰীত চলি আছে বহাগী মেলা
13/04/2026

হাটশিঙিমাৰীত চলি আছে বহাগী মেলা

12/04/2026

👉 সহজ কিস্তিত ফাইনেঞ্চ সুবিধা!
👉 উন্নত মান, গেৰাণ্টি আৰু ভৰসাযোগ্য সেৱা !

হাটশিঙিমাৰী জামে মছজিদ কমপ্লেক্স
যোগাযোগ কৰক— 8099867571

Address

Hazirhat . Dist . . . . Sauth Salmara Mankachar
Mankachar
783128

Telephone

+916001390312

Website

Alerts

Be the first to know and let us send you an email when AV News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AV News:

Share