Eastern Live 24

Eastern Live 24 সত্য আৰু সাহসী বাতৰিৰ বিশ্বস্ত উৎস Eastern

20/01/2025

সাতপখলী শ্ৰীশ্ৰী শংকৰদেৱ নামৰীয়া সংঘৰ সোণালী-জয়ন্তী উদযাপন।

Eastern Live 24 #সোণালী_জয়ন্তী #সাতপখলী_দক্ষিণ_কামৰূপ

14/01/2025

সাতপখলীত অনাকাংক্ষিত ঘটনা।

উৰুকাৰ নিশাই কোনোবা দুৰ্বিত্বই জ্বলাই দিয়ে মেজি।

13/01/2025
12/01/2025

দক্ষিণ কামৰূপৰ হালীগাঁওস্থিত জ্ঞানদৰ্শন বিদ্যা নিকেতনৰ বঁটা বিতৰণী ও সাংস্কৃতিক অনুষ্ঠান

Eastern Live 24

05/01/2025

দক্ষিণ কামৰূপৰ বঙৰাত এঞ্জেল ডেঞ্চ একাডেমীৰ নতুন শাখা মুকলি কৰা হয়।

Eastern Live 24

Nabajyoti Talukdar Himanta Biswa Sarma
02/01/2025

Nabajyoti Talukdar
Himanta Biswa Sarma

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ দেহাৱসানদিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ *মৃত্যুৰ সময়ত তেখেতৰ বয...
26/12/2024

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ দেহাৱসান

দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ *মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯২ বছৰ

13/12/2024

সাতপখলী শ্ৰীশ্ৰী মাঁকালী মন্দিৰৰ নৱনিৰ্মিত গম্বুজ উদ্বোধন।

দক্ষিণ কামৰূপৰ সাতপখলীৰ শতবৰ্ষ গৰকা শ্ৰীশ্ৰী মাঁকালী মন্দিৰৰ নৱনিৰ্মিত গম্বুজ মাংগলিক অনুষ্ঠানেৰে উদ্বোধন কৰা হয়।

প্ৰায় চল্লিশ লক্ষাধিক টকা ব্যয় সাপেক্ষে আটক ধুনীয়াকৈ নিৰ্মান কৰি উলিওৱা নৱনিৰ্মিত গম্বুজ উদ্বোধন অনুষ্ঠানত বিভিন্ন মাংগলিক অনুষ্ঠান,নাম প্ৰসংগ,সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

গম্বুজ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি সাতপখলী মা কালী মন্দিৰৰ বৰ্তমান,ইতিহাস সামৰি বিভিন্ন লেখাৰে "ৰুদ্ৰানী" শিৰ্ষক এখনি স্মৃতি গ্ৰন্থ প্ৰকাশ কৰি উলিয়াই।

Eastern Live 24

05/12/2024

📌 APSC ৰ ফলাফলত ACS ৰ দ্বাদশ স্থান লাভ কৰিছে দক্ষিণ কামৰূপৰ সাতপখলীৰ দীপু দাস l

Eastern Live 24
Himanta Biswa Sarma
সাতপখলী

আজি ঘোষিত APSC ৰ ফলাফলত   ACS ৰ দ্বাদশ স্থান লাভ কৰিছে       সাতপখলীৰ দীপু দাস              সাতপখলী গাঁৱৰ অৱসৰপ্ৰাপ্ত শি...
05/12/2024

আজি ঘোষিত APSC ৰ ফলাফলত
ACS ৰ দ্বাদশ স্থান লাভ কৰিছে
সাতপখলীৰ দীপু দাস
সাতপখলী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক
পবিত্ৰ কুমাৰ দাস আৰু কাকন দাসৰ
একমাত্ৰ পুত্ৰ

Eastern Live 24
Himanta Biswa Sarma
Following Love
Rampur, Assam
সাতপখলী

04/12/2024

দক্ষিণ কামৰূপৰ ৰামপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত "স্বাস্থ্য সেৱা উৎসৱ ৩"

Eastern Live 24 Himanta Biswa Sarma
Rampur, Assam
Following Love

22/11/2024

বৃহত্তৰ নিউ গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ভাস্কৰ নগৰ উন্নয়ন সমিতিৰ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ সভাপতি নৱজ্যোতি তালুকদাৰৰ তত্বাৱধানত ডেংগু ম'হ প্ৰতিৰোধৰ বাবে বিনামূলীয়া ঔষধ চটিওৱাৰ কাৰ্যসূচীত বিশিষ্ট অতিথি বিচাপে উপস্থিত থাকে সাংসদ গৌৰৱ গগৈ ।

Eastern Live 24
Nabajyoti Talukdar

22/11/2024

🛑৮৭ ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ সপ্তম দিনাও
লোকে লোকাৰণ্য ৰাসস্থলী।
🛑২৭ নবেম্বৰত বংগকন্যা মৰ্মিতা মিত্ৰৰ গীতৰ অনুষ্ঠান।

Eastern Live 24

17/11/2024

৮৭ সংখ্যক ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ
তোৰণ মুকলি।

Eastern Live 24

17/11/2024

▶️বদৰপুত প্ৰতিবাদী সভা।
▶️বদৰপুৰ সমষ্টি বিলুপ্তিৰ বিৰুদ্ধে প্ৰতিবাদ।
▶️বদৰপুৰৰ পৰা উত্তৰ কৰিমগঞ্জলৈ
চক্ৰ বিষয়াৰ কাৰ্যালয়কে ধৰি কেইবাটাও চৰকাৰী কাৰ্যালয় স্থানান্তৰ কৰাৰ
প্ৰতিবাদী সভা।
▶️বদৰপুৰ সুৰক্ষা মঞ্চৰ
ধাৰাবাহিক প্ৰতিবাদ
Eastern Live 24

14/11/2024

ৰামপুৰত বাহনত অগ্নিকাণ্ড। ৰামপুৰ উৰণীয়া সেতুৰ ওপৰত এখন অ'ট'ভেন বাহন ভস্মীভূত। বহনখনৰ কাৰিকৰী বিজুতিৰ বাবেই জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ।

Address

Mirza

Alerts

Be the first to know and let us send you an email when Eastern Live 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Eastern Live 24:

Videos

Share