Direct Khabar

Direct Khabar Only for Vews and Information

08/09/2026

মৰাণৰ চেপনত স্বেচ্ছাসেৱী অনুষ্ঠান 'আমি' ৰ উদ্যোগত অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰিক্ষাৰ্থীৰ বিশেষ পাঠদানৰ সামৰণি অনুষ্ঠান সম্পন্ন
Direct Khabar Suruj Dehingia Suruj Dehingia ゚ ゚

07/09/2026

জৰাজীৰ্ণ মথাউৰিটো মেৰামতিৰ দাবীত ১ নং পদুমণি সৰুআলি গাঁ‌ৱৰ ৰাইজ দলে বলে ওলাই আহি মথাউৰিৰ ওপৰতে সাব্যস্ত কৰিছে প্ৰতিবাদ । বিধায়ক চক্ৰধৰ গগৈয়ে বাৰে বাৰে ৰাইজক প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ তুলিছে ৰাইজে
Direct Khabar ゚ ゚

05/09/2026

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক সমালোচনা পবিত্ৰ মাৰ্ঘেৰিটাৰ:: "বানপানীৰ সময়ত কংগ্ৰেছৰ সাংসদজনে ফটো তুলিবলৈহে আহিছিল"
゚ ゚ Direct Khabar Suruj Dehingia

05/09/2026

শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত খোৱাং শিলপোটাৰ এজন শিক্ষকৰ জীৱন গাঁ‌থাই আপোনাক আবেগিক কৰি তুলিব ।
বিনা বেতনেৰে ২৬ টাকৈ বছৰ মানৱ সম্পদ গঢ়ি এতিয়া অভাৱ অনাটনেৰে জীৱন অতিবাহিত কৰিছে নীলমণি গগৈয়ে
Direct Khabar ゚ ゚

05/09/2026

আটাছুৰ সভাপতি বসন্ত গগৈয়ে সংবাদমেলযোগে ছাত্ৰ সংগঠনটোৰ বহুদিনীয়া দাবীক অসম চৰকাৰে শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰে তাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্বশৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ।
Direct Khabar ゚ ゚

Direct Khabar
05/09/2026

Direct Khabar

04/09/2026

২০২৬ বৰ্ষৰ কৃতি শিক্ষকৰ ৰাজ্যিক বঁটাৰে মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিছে মৰাণৰ ফটিকাচোৱা অভয়পুৰীয়া এম ভি স্কুলৰ সহকাৰী শিক্ষয়িত্ৰী দিতিমণি দত্তই।

Direct Khabar ゚ ゚

03/09/2026

মৰাণত আজি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই বাহিৰ কৰে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ শৱযাত্ৰা কাৰ্যসূচী।
Direct Khabar ゚ ゚

01/09/2026

অসমৰ প্ৰতি দিল্লীয়ে সদায় মাহী আই দৃষ্টিৰে চায়: লুৰিণজ্যোতি গগৈ।
Direct Khabar ゚ ゚

ভাৰত চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সংসদীয় স্থায়ী সমিতিৰ তামিলনাডু ভ্ৰমণৰ কাৰ্য্যক্ৰমৰ অংশস্বৰূপে আজি ৰাজ্যখনৰ মুখ...
31/08/2026

ভাৰত চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সংসদীয় স্থায়ী সমিতিৰ তামিলনাডু ভ্ৰমণৰ কাৰ্য্যক্ৰমৰ অংশস্বৰূপে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী চি.বিজয় অৰ্থাৎ বিজয় থালাপতি সৈতে সাংসদ যোগেন মহন

Address

Moran

Website

Alerts

Be the first to know and let us send you an email when Direct Khabar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share