Khabar Moran-Tingkhang

Khabar Moran-Tingkhang Only for Vews and Information

28/10/2025
28/10/2025

টাই আহোমৰ জনজাতিকৰণৰ দাবীত মৰাণত বিশাল জোঁৰ সমদল ৷ বৃহত্তৰ টাই আহোম সমাজৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৷ দল-মত নিৰ্বিশেষে হাজাৰ হাজাৰ টাই আহোম জনগোষ্ঠীৰ লোকে জনজাতিকৰণৰ দাবীত কঁপালে মৰাণ নগৰ ৷ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে মৰাণৰ ঊষাপুৰ খেলপথাৰৰ পৰা আৰম্ভ বৃহৎ জোঁৰ সমদল ৷ '২৬ নিৰ্বাচনৰ পূৰ্বে টাই আহোমক জনজাতিকৰণ প্ৰদান নকৰিলে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ গঢ়ি তোলাৰ হুঁংকাৰ প্ৰতিবাদী জনতাৰ ৷

28/10/2025

টাই আহোম সকলক জনজাতি কৰণৰ দাবীত আজি মৰাণত জোঁৰ সমদলৰ বাবে সাজু কেইবা হাজাৰ জোঁৰ।
Khabar Moran-Tingkhang

27/10/2025

ৰান্ধনীৰ ৰূপত মন্ত্ৰী বিমল বৰা। ডিব্ৰুগড়ৰ এখন হোটেলত পুৰি-ভাজি ৰান্ধি খালে মন্ত্ৰীগৰাকীয়ে।

Khabar Moran-Tingkhang Bimal Borah

26/10/2025

# টাই আহোমক জনজাতিকৰণৰ দাবীত মৰাণৰ চেপনত আটাছুৰ উদ্যোগত বিশাল জোঁৰ সমদল

# কেইবা সহস্ৰাধিক লোকৰ উত্তাল প্ৰতিবাদত কঁপি উঠিল ৰাজপথ

゚viralシfypシ゚viralシ Khabar Moran-Tingkhang

23/10/2025

মৰাণৰ ফটীকাছোৱাত নেপালী গাঁৱৰ মনোৰঞ্জন চুতীয়াৰ ভৰাঁল গৃহত অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত সম্পূৰণৰূপে জাহ গল এটি ভৰাঁল।

গৰুক ধোঁৱা দিঁওতে বাহঁৰ বেৰত অগ্নিসংযোগ হৈ ভৰাঁল গৃহ জাহ যোৱাৰ সন্দেহ গৃহস্থৰ।

অগ্নিকাণ্ডৰ স্থানত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপিত কৰে।

অগ্নিকাণ্ডত কেইবা কুইণ্টল ধানৰ লগতে মূল্যবান কাঠ অনিষ্ট হয়।

゚viralシfypシ゚viralシ Khabar Moran-Tingkhang

22/10/2025

মৰাণত নিশা মা কালীৰ আশীষ ললে মন্ত্ৰী বিমল বড়াই।
ময়ো জুবিনৰ অনুৰাগী
" জুবিনে ন্যায় পাবই" মন্ত্ৰী বিমল বড়া।

゚viralシfypシ゚viralシ Khabar Moran-Tingkhang Bimal Borah

21/10/2025

সমাধিক্ষেত্ৰ.....
Khabar Moran-Tingkhang

20/10/2025

নামতিত হাজাৰ হাজাৰ অনুৰাগীয়ে গালে মায়াবিনী
জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ এই পৰিৱেশ

゚viralシfypシ゚viralシ Khabar Moran-Tingkhang

15/10/2025

বাক্সাত আৰক্ষী গুলিবৰ্ষণত এজন লোক আহত ।
゚viralシfypシ゚viralシ Khabar Moran-Tingkhang

12/10/2025

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা ট্ৰাইবেল সংঘ‌ই কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ
চুতীয়া যুৱ সন্মিলন,অসম (চাইছা)ৰ
কাৰোবাৰ শ্ৰুতলিপিত কাম কৰিছে ট্ৰাইবেল সংঘ‌ই।
জনজাতীয় ৰাজ্য হোৱা বিচৰা নাই ট্ৰাইবেল সংঘ‌ই ...
ভাৰত চৰকাৰ তথা অসম চৰকাৰ সহীতে ট্ৰাইবেল সংঘৰ মূৰব্বী আদিত্য খাখলাৰীক তীব্ৰ গৰিহণা চাইছাৰ সভাপতি কৌস্তভ কিশোৰ চুতীয়াৰ ...
゚viralシfypシ゚viralシ Culture n History of Chutia tribe - চুতীয়া জনগোষ্ঠীয় সংস্কৃতি আৰু ইতিহাস Khabar Moran-Tingkhang

08/10/2025

চৰাইদেউ জিলাৰ মৰাণৰ দক্ষিণ বৰপথাৰত চুতীয়া জাতি মহিলা সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হোৱা চুতীয়া জাতি মহিলা সংস্কৃতিক সমাৰোহৰ সফল ভাৱে সামৰণি পৰে।
Culture n History of Chutia tribe - চুতীয়া জনগোষ্ঠীয় সংস্কৃতি আৰু ইতিহাস Khabar Moran-Tingkhang ゚viralシfypシ゚viralシ

Address

Moran

Website

Alerts

Be the first to know and let us send you an email when Khabar Moran-Tingkhang posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share