M D Moran

M D Moran Entertainment, Information & Vews

05/08/2025

দৰমহাই পেট নভৰে একাংশ চৰকাৰী কৰ্মচাৰীৰ।

05/07/2025

Celebrating my 3rd year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

19/06/2025

মৰাণৰ উৰুলি বিবাহ ভৱনত সদৌ দিহিঙীয়া বংশাৱলীৰ প্ৰথমখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন
সভাত আৰ্থিক ভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীক জলপানি প্ৰদানকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ।
সভাৰ সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী তথাদিহিঙীয়া বংশাৱলীৰকেন্দ্ৰীয় সমিতিৰ সভাপতি সুৰুজ দিহিঙীয়াই।

#টিংখাং #ডিব্ৰুগড় Suruj Dehingia Ekhanu Chutia

19/06/2025
15/06/2025

*ডিমৌত চিকিৎসা বিজ্ঞানৰ ইতিহাসত বিৰল পৰিঘটনা।*
*এণ্টিভেনম ব্যৱহাৰ নকৰাকৈয়ে সৰ্প দংশনৰ গৰ্ভৱতী মহিলা ৰোগীক চিকিৎসা প্ৰদানেৰে আৰোগ্য প্ৰদান।*

*এগৰাকী আঠ মাহৰ গৰ্ভৱতী মহিলাক এই চিকিৎসা প্ৰদানেৰে এই বিৰল কিতৃত্বৰ অধিকাৰী ডিমৌ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডা: সুৰজিৎ গিৰি।*

*এইয়া হয়তো বিশ্বৰ ইতিহাসতে এক বিৰল পৰিঘটনা হিচাপে পৰিগণিত হৈ ৰ'ব। ইয়াৰ পূৰ্বে এগৰাকী গৰ্ভৱতী ৰোগীক এণ্টিভেনম ব্যৱহাৰ কৰি সুস্থ কৰি তোলাৰ লগতে সুৰক্ষিতভাৱে সন্তান প্ৰসৱ কৰিবলৈ সক্ষম হৈছিল। ডা: গিৰিৰ এই চিকিৎসাই সৰ্পদংশনৰ বহুজন ৰোগীৰ জীৱন ঘূৰাই অনা বুলিয়েই নহয় যেন পুনৰ জনম দিবলৈ সক্ষম হৈছে।অন্যহাতে সকলোকে আচৰিত কৰি ওৰেনিশা ৰোগীৰ সৈতে icu তে কটাই চিকিৎসক সুৰজিত গিৰীয়ে।

মৰাণ মিলিত শিল্পী সমাজৰ সভাপতি, বিশিষ্ট সাংস্কৃতিককৰ্মী, সমাজকৰ্মী, সুচিকিৎসক ডাঃ প্ৰতাপ শৰ্মাৰ আজি দিনৰ ১১-৪৪ বজাত ডিব্...
13/06/2025

মৰাণ মিলিত শিল্পী সমাজৰ সভাপতি, বিশিষ্ট সাংস্কৃতিককৰ্মী, সমাজকৰ্মী, সুচিকিৎসক ডাঃ প্ৰতাপ শৰ্মাৰ আজি দিনৰ ১১-৪৪ বজাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত দেহাৱসান ঘটে। তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো।

13/06/2025

*বিটিচিপ্ৰধান প্ৰমোদ বড়োয়ে বিটিচি চুক্তি উলংঘা কৰিছে : কৃষক মুক্তি সংগ্ৰাম সমিতি

*বিটিচিৰ পৰ্বতঝোৰা-বাঁসবাৰীৰ থলুৱা লোকৰ ভূমি উচ্ছেদৰ সিদ্ধান্তক অসমবিৰোধী আখ্যা বিদ্যুৎ শইকীয়াৰ*

যিজন ব্যক্তিয়ে প্ৰায় ষোল্লটা বছৰে বড়ো জনগোষ্ঠীৰ ছাত্ৰ সংগঠনক নেতৃত্ব প্ৰদান কৰিছিল, সেইজন মানুহেই আজি বিজেপিৰ সৈতে লগ লাগি যুগ যুগ ধৰি বসবাস কৰি থকা সহোদৰক উচ্ছেদ কৰাত হাত উজান দিয়াটো কি ধৰণৰ, কি প্ৰকাৰৰ জাতীয়তাবাদ বুলি প্ৰশ্ন উত্থাপন কৰে বিদ্যুৎ শইকীয়াই ।

12/06/2025

সমগ্ৰ উত্তৰ-পূব ভাৰতত সম্প্ৰসাৰণৰ লক্ষ্যৰে ডিব্ৰুগড় জিলাৰ মৰাণৰ মৰাণ আৰক্ষী থানাৰ সন্মুখত আধুনিক গহনাৰ এক নতুন অধ্যায়ৰ উন্মোচন 'কিছনা'ৰ।
প্ৰিমিয়াম পাৰ্টনাৰ ঊষা জুৱেলাৰীত মুকলি কৰিছে হীৰাৰ গহনা সংগ্ৰহ। হৰি কৃষ্ণ গ্ৰুপৰ সহযোগত এই পদক্ষেপৰ লক্ষ্য হৈছে খনিৰ পৰা বজাৰলৈ স্বচ্ছতাৰ জৰিয়তে গ্ৰাহকক নিৰ্ভৰযোগ্যতাৰে মানসম্পন্ন সেৱা প্ৰদান কৰা।এই উপলক্ষে কিছনাই ২০২৫ চনৰ ৩০ জুনলৈকে হীৰা গহনা নিৰ্মাণৰ চাৰ্জত সৰ্বোচ্চ ১০০ শতাংশ পৰ্যন্ত ৰেহাই ঘোষণা কৰিছে। ইয়াৰ লগতে কিছনাই মেকিং চাৰ্জৰ সৈতে ৯০ শতাংশ বাইবেক আৰু ৯৫ শতাংশ বিনিময় মূল্যৰ আন দুটা উল্লেখযোগ্য সুবিধাও আগবঢ়াইছে, যিয়ে গ্ৰাহকক দীৰ্ঘম্যাদীভাৱে নিৰাপদ বিনিয়োগৰ নিশ্চয়তা প্ৰদান কৰিব।
Khabar Moran-Tingkhang #ডিব্ৰুগড় #টিংখাং

05/06/2025

বিজ্ঞাপন সমাগত পঞ্চায়ত নিৰ্বাচন।  দ্ৰুত উন্নয়নৰ স্বাৰ্থত...মাহমৰা সমষ্টিৰ ৮ নং খুমটাই গাঁও পঞ্চায়ত পৰা আঞ্চলিক পঞ্চায...
23/04/2025

বিজ্ঞাপন
সমাগত পঞ্চায়ত নিৰ্বাচন।
দ্ৰুত উন্নয়নৰ স্বাৰ্থত...
মাহমৰা সমষ্টিৰ ৮ নং খুমটাই গাঁও পঞ্চায়ত পৰা আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী হিচাপে পূৰ্ণিমা শৰ্মাক পদূম ফুলৰ চিহ্নত আপোনাৰ বহুমূলীয়া ভোট দি জয়যুক্ত কৰক ।
Purnima Borthakur Sarmah

Address

Moran
Moranhat
785675

Alerts

Be the first to know and let us send you an email when M D Moran posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to M D Moran:

Share