আছা মাহমৰা আঞ্চলিক সমিতি

  • Home
  • India
  • Moranhat
  • আছা মাহমৰা আঞ্চলিক সমিতি

আছা মাহমৰা আঞ্চলিক সমিতি Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from আছা মাহমৰা আঞ্চলিক সমিতি, Social Media Agency, Moranhat.

23/11/2025

🔴আজি মৰাণত মিলিত শিল্পী সমাজৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদ সভাটি আদিবাসী ছাত্ৰ সন্থা মাহমৰা আঞ্চলিক সমিতিৰ আতিথ্যত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত

RM the information Raju Mishra

আজি মৰাণত মিলিত শিল্পী সমাজৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদ সভাটি...
23/11/2025

আজি মৰাণত মিলিত শিল্পী সমাজৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদ সভাটি আদিবাসী ছাত্ৰ সন্থা মাহমৰা আঞ্চলিক সমিতিৰ আতিথ্যত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় যায়।
ৰাতিপুৱা ১০ বজাত কেন্দ্ৰীয় সমিতিৰ সভাপতি গডউইন হেমৰমে পতাকা উত্তোলন, সাধাৰণ সম্পাদক অমৰজ্যোতি চুৰিনৰ দ্বাৰা শ্বহীদ তৰ্পণ, কেন্দ্ৰীয় উপদেষ্টা মণ্ডলী আৰু উপ-সভাপতি সকলৰ দ্বাৰা আদিবাসী জাতীয় পিতা জাষ্টিন লাকড়া আৰু হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰাৰ লগতে জুবিন গাৰ্গ দেৱৰ মৃত্যুৰ ন্যায়ৰ বাবে শ্লোগান দিয়ে।
আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপদেষ্টা মণ্ডলীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সাধাৰণ পৰিষদৰ সভাত অসমৰ ১৭ টা জিলা সমিতি আৰু এই জিলা সমিতিৰ সমূহৰ অন্তৰ্গত আঞ্চলিক আৰু ইউনিট কমিটিৰ বিষয়ববীয়াৰ লগতে সকলো কেন্দ্ৰীয় বিষয়ববীয়াৰ উপস্থিতিত সংগঠনটোক শক্তিশালী কৰি আদিবাসী জনগোষ্ঠীটোৰ সমস্যা সমূহক চৰকাৰৰ সন্মুখত উপস্থাপন আৰু সমস্যা সমূহক সমাধন কৰিবলৈ আগবাঢ়ি যাৱ লাগে সেই বিষয়ে বিতংকৈ আলোচনা কৰা হয়।

আজি মৰাণহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰীযুত অতুল পাতৰ ছাৰৰ বিদায় ক্ষণত আদিবাসী ছাত্ৰ সন্থা আছা মাহমৰা আঞ্চলিক সম...
18/11/2025

আজি মৰাণহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰীযুত অতুল পাতৰ ছাৰৰ বিদায় ক্ষণত আদিবাসী ছাত্ৰ সন্থা আছা মাহমৰা আঞ্চলিক সমিতি হৈ
উপস্থিত থাকো । Miss you sir 🥲

অসম চাহ মজদুৰ সংঘ, সোণাৰি-নাজিৰা-মৰাণ শাখাৰ আতিথ্যত অসম চাহ জনজাতি ছাত্র সন্থা সদৌ অসম আদিবাসী ছাত্র সন্থা আছা,জাতীয় মহা...
16/11/2025

অসম চাহ মজদুৰ সংঘ, সোণাৰি-নাজিৰা-মৰাণ শাখাৰ আতিথ্যত অসম চাহ জনজাতি ছাত্র সন্থা সদৌ অসম আদিবাসী ছাত্র সন্থা আছা,জাতীয় মহাসভা,চাহ জনজাতি মহিলা সমিতিৰ উপৰিও ৩৬ জনজাতি পৰিষদৰ সহযোগত
#বিশাল_গণ_সমাবেশ
#সোণাৰি_নগৰ
জাতিৰ স্বাৰ্থত অধিকাৰৰ বাবে দলে-বলে যোগদান কৰক।
তাংঃ ০৩-১২-২০২৫

10/11/2025

Address

Moranhat
785670

Alerts

Be the first to know and let us send you an email when আছা মাহমৰা আঞ্চলিক সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share