Moran Live

Moran Live ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া বৃহত্তৰ মৰাণ অঞ্চলৰ প্ৰতিটো বা-বাতৰি সত্য আৰু শুদ্ধ ৰূপত আপোনাৰ/আপোনালোকৰ কাষলৈ লৈ যাবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ ৷৷

ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া বৃহত্তৰ মৰাণ অঞ্চলৰ প্ৰতিটো খৱৰ ৰাইজৰ মাজলৈ নিবলৈ আমি দায়বদ্ধ ৷ সত্য, শুদ্ধ আৰু প্ৰকৃত খৱৰৰ বাবে চাওঁক, 'Moran Live'
(যোগাযোগ- 9101523645/9678373442/
9954575706/7002517283)

05/06/2026

#কেবিনেট মন্ত্ৰী ৰূপে সুশান্ত বৰগোহাঁইয়ে শপত গ্ৰহণ কৰাৰ পিছতে মৰাণ শিৱমন্দিৰ সমাজে ফটকা ফুটাই আনন্দ প্ৰকাশ ।

05/06/2026

#মৰাণৰ তিলৈনগৰত বিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা প্ৰকৃতি ধ্বংসৰ ঘটনা

#প্ৰকৃতি ধ্বংসকাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহন কৰা হ'ব : ডিব্ৰুগড় বন বিভাগ

#টিংখং সমজিলা আয়ুক্তৰ উপস্থিতিত মৰাণত স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হ'ল স্থানীয় প্ৰশাসন আৰু বন বিভাগ

03/06/2026

#মৰাণৰ ঝলমত নিশা ভয়াবহ পথ দূৰ্ঘটনাত আহত শিশু-মহিলাসহ ৫ গৰাকী লোক

 #মৰাণ নগৰৰ বিকল হৈ থকা ষ্ট্ৰীটলাইট সেৱা পুণৰ কাৰ্যক্ষম কৰাৰ দাবী আছুৰ #মাহমৰা সমজিলা আয়ুক্ত আৰু মৰাণ পৌৰসভাৰ পৌৰপতিক স...
02/06/2026

#মৰাণ নগৰৰ বিকল হৈ থকা ষ্ট্ৰীটলাইট সেৱা পুণৰ কাৰ্যক্ষম কৰাৰ দাবী আছুৰ

#মাহমৰা সমজিলা আয়ুক্ত আৰু মৰাণ পৌৰসভাৰ পৌৰপতিক সুকীয়া সুকীয়াকৈ স্মাৰকপত্ৰ প্ৰদান কৰিলে আছুৰ মৰাণ আঞ্চলিক সমিতিয়ে

01/06/2026

#মৰাণৰ মাজমজিয়াত “মহাৰাজা ফিটনেছ”নামৰ অত্যাধুনিক জিম মুকলি ।

 #মাথো কেইদিনমানৰ পূৰ্বৰ সেউজীয়া প্ৰকৃতি কিদৰে ধ্বংস কৰিলে স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ কৰ্তৃপক্ষই ? #মৰাণৰ ...
01/06/2026

#মাথো কেইদিনমানৰ পূৰ্বৰ সেউজীয়া প্ৰকৃতি কিদৰে ধ্বংস কৰিলে স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ কৰ্তৃপক্ষই ?

#মৰাণৰ তিলৈনগৰত উপস্থিত হৈ ঘটনাৰ চৰজমিন তদন্ত কৰিলে টিংখাং সমজিলাৰ সহকাৰী আয়ুক্ত গুণমণি বৰুৱাই

#বিশ্ব পৰিবেশ দিৱসৰ পূৰ্ৱে দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজৰ

31/05/2026

#প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে মৰাণৰ তিলৈনগৰত জোৰদাৰ আন্দোলন

#ঔষধি গুণসম্পন্ন বহু পুৰণি গছ কাটি পেলোৱা স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় কৰ্তৃপক্ষৰ কাণ্ডজ্ঞানহীন কাৰ্যক সৰ্বত্ৰে ধিক্কাৰ

#ৰাজহুৱা সভাত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ লগতে স্থানীয় সচেতন ৰাইজৰ উপস্থিতিত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী

25/05/2026

#মৰাণত বিৰিণা হুঁচৰি দলৰ সামৰণি আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন ।

24/05/2026

মৰাণত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আটাছু বসন্ত গোটৰ প্ৰতিবাদ ।

22/05/2026

#মৰাণৰ তিলৈ নগৰস্থিত স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰাঙ্গণত দুদিনীয়াকৈ “SVKV All Assam Open Taekwondo Championship 2026”ৰ আয়োজন।

৩০ আৰু ৩১ মে’ত অনুষ্ঠিত হবলগীয়া অনুষ্ঠানৰ লাইখুঁটা স্থাপন ।

Address

Moranhat
785670

Alerts

Be the first to know and let us send you an email when Moran Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Moran Live:

Share