Ankur Chetia

Ankur Chetia Digital Creator

For Business/Promotion Mail
[email protected]

07/06/2025

চকুৰ গুৰিত ক'লা দাগ হৈছে নেকি আপোনাৰ? এই কাম কৰক ক'লা দাগৰ পৰা পাব পৰিত্ৰাণ। পৰামৰ্শ আগবঢ়াইছে সৌন্দৰ্য শিক্ষাবিদ ড০ মধুমিতা শইকীয়াই। যদি আপুনি Products কেইটা ল'ব বিচাৰে তেতিয়া হ'লে DM কৰিব।

06/06/2025

📌ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলত উজলিল অসমৰ বোৱাৰী নিশা দাস।
📌শেহতীয়াকৈ বেংগালুৰুত অনুষ্ঠিত পাঞ্জা‌ খেলত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে গুৱাহাটীৰ নিশা দাসে।
📌এপিনে একমাত্ৰ পুত্ৰৰ মৃত্যুৰ দুখ, আনপিনে এই দুখ বুকুত বান্ধি নিজৰ প্ৰতিভাৰ জৰিয়তে বিশ্ব জয় কৰাৰ সপোন নিশাৰ।
📌যিগৰাকী নাৰীৰ কাহিনীয়ে অনুপ্ৰাণিত কৰিছে সকলোকে।

16/05/2025

গুৱাহাটী বিশ্ববিদ্যালয়.....

সুখ আৰু দুখ অহা যোৱা কৰি থাকিব জীৱনত, কিন্তু প্ৰতিটো সময়তে জীৱনটো উদযাপন কৰিবলৈহে শিকিব লাগে😊💚 পাখি লগা সময়ৰ সোঁতত পাব...
06/05/2025

সুখ আৰু দুখ অহা যোৱা কৰি থাকিব জীৱনত, কিন্তু প্ৰতিটো সময়তে জীৱনটো উদযাপন কৰিবলৈহে শিকিব লাগে😊💚 পাখি লগা সময়ৰ সোঁতত পাবা জানো ঘূৰাই এই জীৱন❤️

02/05/2025

📌 সদ্য ঘোষিত HS পৰীক্ষাত ৭০% নম্বৰেৰে উজলিল বিশেষ ভাৱে সক্ষম গুৱাহাটীৰ মৃত্যুঞ্জয়।
📌 অক্সিজেন ছিলিণ্ডাৰ লগত লৈ পৰীক্ষাত বহিবলগীয়া হৈছিল ছাত্ৰ জনে।
📌 প্ৰিতিদিনে ৩/৪ বাৰ অক্সিজেন ছিলিণ্ডাৰ ব্যৱহাৰ কৰিব লগা হয় মৃত্যুঞ্জয়ে।
📌 জন্মৰ পাছত ৭ দিন জীয়াই থাকিব বুলি কৈছিল চিকিৎসকে! কিন্তু মৃত্যুক জয় কৰি HSLC আৰু HS পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে মৃত্যুঞ্জয়।

মৃত্যুক জয় কৰি জীৱন বাটত সোণসেৰীয়া সপোন দেখি আগুৱাই যাবলৈ চেষ্টা কৰা এজন মৰম লগা ছাত্ৰক আজি পৰিচয় কৰায় দিব খুজিছোঁ। ...
01/05/2025

মৃত্যুক জয় কৰি জীৱন বাটত সোণসেৰীয়া সপোন দেখি আগুৱাই যাবলৈ চেষ্টা কৰা এজন মৰম লগা ছাত্ৰক আজি পৰিচয় কৰায় দিব খুজিছোঁ। নামেই যাৰ মৃত্যুঞ্জয়। মৃত্যুক জয় কৰা বুলি কিয় ক'লো? যেতিয়া আপুনি ছাত্ৰজনৰ গোটেই কাহিনীটো গম পাব তেতিয়া আপুনি নিশ্চয় বহু কথা উপলব্ধি কৰিব পাৰিব। মৃত্যুঞ্জয় হৈ পৰিব বহুতৰে বাবে সাহস, অনুপ্ৰেৰণাৰ উৎস। যি গৰাকী নৱজাতকক চিকিৎসকে কৈছিল যে তেওঁৰ আয়ুস মাত্ৰ ৭ টা দিন সেই শিশুটিয়ে আজি সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭০ শতাংশতকৈ অধিক নম্বৰেৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সকলোকে গৌৰৱান্বিত কৰি তুলিছে। মোৰ কাষত বিশেষ ভাৱে সক্ষম গুৱাহাটীৰ মৃত্যুঞ্জয় (নিয়ৰ) মহন্ত বৰ্মন আৰু নিয়ৰৰ মাতৃ মৈত্ৰেয়ী (বা) মহন্ত। বহুখিনি শাৰীৰিক প্ৰতিবন্ধকতা থকাৰ পাছতো নিয়ৰে সফল হৈ বহুতৰে বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। পৰীক্ষাত বহিবলৈও নিয়ৰে লগত নিব লগা হৈছিল অক্সিজেন ছিলিণ্ডাৰ। প্ৰতিদিনে ৩/৪ বাৰ অক্সিজেন ছিলিণ্ডাৰ ব্যৱহাৰ কৰিব লগা হয় নিয়ৰে। তাৰ পাছতো কিন্তু হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হৈ সকলোকে গৌৰৱান্বিত কৰি তুলিছে। আৰু আছে বহু কথা। সকলোখিনি কথা লৈ ভিডিঅ' যোগে নিয়ৰক লৈ আহিম আপোনালোকৰ মাজলৈ। আশীৰ্বাদ কৰিব যাতে নিয়ৰ সদায় ভালে থাকে।

নিয়ৰলৈ বহুতো মৰম আৰু শুভকামনা🎊🎉💐💐

21/04/2025

ৰংঘৰ বাকৰিত জেং বিহু

21/04/2025

ৰংঘৰ বাকৰিত জেং বিহু

সকলোলৈকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ....
15/04/2025

সকলোলৈকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ....

15/04/2025

বিহু বিহু লাগিছে গাত .......

I've just reached 7K followers! Thank you for continuing support. I could never have made it without each and every one ...
13/04/2025

I've just reached 7K followers! Thank you for continuing support. I could never have made it without each and every one of you. 🙏🤗🎉

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Ankur Chetia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ankur Chetia:

Share