News Network

News Network Digital Panda Axom Media, Entertainment and Education Service.

আজি পবিত্ৰ শাওন মাহৰ প্ৰথমটো সোমবাৰ।
21/07/2025

আজি পবিত্ৰ শাওন মাহৰ প্ৰথমটো সোমবাৰ।

সকলোৰে মংগল কামনা কৰিলো
27/06/2025

সকলোৰে মংগল কামনা কৰিলো

মাতৃহাৰা আছুৰ মুখ্য উপদেষ্টা ডo সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰকাষত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয়পৰিষদৰ সভাপতি...
25/06/2025

মাতৃহাৰা আছুৰ মুখ্য উপদেষ্টা ডo সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰকাষত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয়পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ।

১৯৮৩ৰ আজিৰ দিনটোতেই ইতিহাস গঢ়িছিল ভাৰতেবিশ্ব ক্ৰিকেটৰ নতুন চেম্পিয়ন হৈছিল ভাৰত
25/06/2025

১৯৮৩ৰ আজিৰ দিনটোতেই ইতিহাস গঢ়িছিল ভাৰতেবিশ্ব ক্ৰিকেটৰ নতুন চেম্পিয়ন হৈছিল ভাৰত

পুনৰ কৃত্ৰিম বানে বুৰালে যোৰাবাট। এজাক বৰষুণৰ পিছতেই এই অৱস্থা যোৰাবাটত।
24/06/2025

পুনৰ কৃত্ৰিম বানে বুৰালে যোৰাবাট। এজাক বৰষুণৰ পিছতেই এই অৱস্থা যোৰাবাটত।

ইৰান-ইজৰাইলৰ যুদ্ধবিৰতি ঘোষণা আমেৰিকাৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কৰে এই ঘোষণা। বিশ্বত শান্তি শৃংখলা অটুট ৰখা...
24/06/2025

ইৰান-ইজৰাইলৰ যুদ্ধবিৰতি ঘোষণা আমেৰিকাৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কৰে এই ঘোষণা। বিশ্বত শান্তি শৃংখলা অটুট ৰখাৰ স্বাৰ্থত দুয়োখন দেশকে আহ্বান ট্ৰাম্পৰ।

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ পৰম পূজনীয় মাতৃ বীণা ভট্টাচাৰ্যৰ বিয়োগে অতিকৈ মৰ্মাহত...
23/06/2025

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ পৰম পূজনীয় মাতৃ বীণা ভট্টাচাৰ্যৰ বিয়োগে অতিকৈ মৰ্মাহত কৰি তুলিছে ।তেখেতৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ।তেখেতৰ বিদেহ আত্মাই চিৰশান্তিৰ ধামত স্থিতি লাভ কৰক ।এনেহেন কঠিন পৰিস্থিতিত দুঃখ সহ্য কৰিব পৰাকৈ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে পৰিয়ালটোক ঈশ্বৰে অধিক শক্তি দিয়ক।

23/06/2025

লক্ষ‍্য ‘UPSC’; আছুৰ বিশেষ প্ৰকল্প ‘প্ৰত‍্যাশা’।

23/06/2025

মিত্ৰতা আমি ৰজা হ’বলৈ নহয়,
২০২৬ত জনগণক এটা গণতান্ত্ৰিক ব‍্যৱস্থা ঘূৰাই দিবলৈহে মিত্ৰতা লাগে।

গৌৰৱ গগৈয়ে মিত্ৰতাৰ প্ৰতি ইতিবাচক সঁহাৰি দিয়া নাই।

কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা সন্দৰ্ভত অখিল গগৈ বক্তব‍্যঃ

23/06/2025

Address

GKB Road, MORIGAON, NEAR ROYAL CINES(CARNIVAL CINEMA)
Morigaon
782105

Alerts

Be the first to know and let us send you an email when News Network posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share