Asif Nazar Friend Club

Asif Nazar Friend Club MLA (53 no Laharighat )

অসমীয়া সংস্কৃতিৰ আকাশত আপুনি এক ধ্ৰুৱতৰা। আপোনাৰ কালজয়ী সুৰে নতুন প্ৰজন্মক সদায় পথ দেখুৱাব। শ্ৰদ্ধাঞ্জলি, বাইদেউ!
30/01/2026

অসমীয়া সংস্কৃতিৰ আকাশত আপুনি এক ধ্ৰুৱতৰা। আপোনাৰ কালজয়ী সুৰে নতুন প্ৰজন্মক সদায় পথ দেখুৱাব। শ্ৰদ্ধাঞ্জলি, বাইদেউ!

লালা লাজপত ৰায়দেৱৰ বক্তব্য আৰু লেখনিসমূহে ভাৰতীয় যুৱচামক দেশপ্ৰেমৰ মন্ত্ৰেৰে উদ্বুদ্ধ কৰিছিল। মহান নেতাগৰাকীক জন্মবাৰ্...
28/01/2026

লালা লাজপত ৰায়দেৱৰ বক্তব্য আৰু লেখনিসমূহে ভাৰতীয় যুৱচামক দেশপ্ৰেমৰ মন্ত্ৰেৰে উদ্বুদ্ধ কৰিছিল। মহান নেতাগৰাকীক জন্মবাৰ্ষিকীত যাচিলোঁ সশ্ৰদ্ধ প্ৰণাম।

অজিত পাৱাৰদেৱৰ আকস্মিক মৃত্যু মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক,তাৰেই কামনা ক...
28/01/2026

অজিত পাৱাৰদেৱৰ আকস্মিক মৃত্যু মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক,তাৰেই কামনা কৰিলোঁ।

'সাগৰ দেখিছা'ৰ দৰে কালজয়ী কবিতাৰে অসমীয়াৰ হৃদয় জিনি লোৱা, আৰু নিষ্ঠাৱান কৰ্মী হিচাপে জাতিৰ সেৱা কৰা দেৱকান্ত বৰুৱাদেৱক...
28/01/2026

'সাগৰ দেখিছা'ৰ দৰে কালজয়ী কবিতাৰে অসমীয়াৰ হৃদয় জিনি লোৱা, আৰু নিষ্ঠাৱান কৰ্মী হিচাপে জাতিৰ সেৱা কৰা দেৱকান্ত বৰুৱাদেৱক মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

28/01/2026

স্বতন্ত্ৰ সংস্থা‌ হৈও এতিয়া বিজেপিৰ মতে উঠাবহা কৰে নিৰ্বাচন আয়োগে। বিজেপিয়ে নিৰ্বাচন আয়োগেৰে মিলি ভোটচুৰি কৰিছে।খোদ মুখ্যমন্ত্ৰীয়ে ভাষ্যতে এয়া স্পষ্ট হৈ পৰিছে।

27/01/2026

দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি নেতাৰ চৰিত্ৰ এয়াই নেকি? বিজেপি নেতাৰ নেতৃত্বতে বজাৰত মেলি দিয়া হৈছে বিষাক্ত গুটখাৰ জৰিয়তে বৰবিহ।

সকলোকে গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহক প্ৰতিগৰাকী নাগৰিকৰ অধিকাৰ সুনিশ্চিত কৰা ভাৰতৰ মহান সংবিধানৰ প্ৰ...
26/01/2026

সকলোকে গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহক প্ৰতিগৰাকী নাগৰিকৰ অধিকাৰ সুনিশ্চিত কৰা ভাৰতৰ মহান সংবিধানৰ প্ৰতি সন্মান জনাই সকলোৱে দেশপ্ৰেমৰ প্ৰকৃত ধাৰণাৰে আগবাঢ়ি যাওঁ ।

নেতাজীৰ কৰ্মৰাজি আৰু আদৰ্শ সদায় ভাৰতীয় যুৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব। জন্মবাৰ্ষিকীত বীৰ নেতাগৰাকীলৈ যাচিল...
23/01/2026

নেতাজীৰ কৰ্মৰাজি আৰু আদৰ্শ সদায় ভাৰতীয় যুৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব। জন্মবাৰ্ষিকীত বীৰ নেতাগৰাকীলৈ যাচিলোঁ সশ্ৰদ্ধ প্ৰণাম।

মা সৰস্বতীৰ আশীৰ্বাদেৰে ভৱিষ্যত প্ৰজন্ম জ্ঞানৱান আৰু সুনাগৰিক হিচাপে গঢ়ি উঠক, তাৰেই কামনাৰে সকলোকে সৰস্বতী পূজাৰ আন্তৰিক...
23/01/2026

মা সৰস্বতীৰ আশীৰ্বাদেৰে ভৱিষ্যত প্ৰজন্ম জ্ঞানৱান আৰু সুনাগৰিক হিচাপে গঢ়ি উঠক, তাৰেই কামনাৰে সকলোকে সৰস্বতী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী নেতা, দেশভক্ত তৰুণৰাম ফুকনদেৱক জন্মবাৰ্ষিকীত যাচিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। দেশ মাতৃৰ হকে তেখেতৰ অ...
22/01/2026

স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী নেতা, দেশভক্ত তৰুণৰাম ফুকনদেৱক জন্মবাৰ্ষিকীত যাচিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। দেশ মাতৃৰ হকে তেখেতৰ অৱদান চিৰদিন প্ৰেৰণাৰ উৎস হৈ ৰ'ব।

অসমৰ‌ ৰাজনীতিত এক সুকীয়া পৰিচয় গঢ়ি থৈ যোৱা বিশিষ্ট ৰাজনীতিবিদ, প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি ডাঙৰীয়ালৈ‌ গভীৰ শ...
21/01/2026

অসমৰ‌ ৰাজনীতিত এক সুকীয়া পৰিচয় গঢ়ি থৈ যোৱা বিশিষ্ট ৰাজনীতিবিদ, প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি ডাঙৰীয়ালৈ‌ গভীৰ শ্ৰদ্ধাঞ্জলি। তেখেতৰ কৰ্মৰাজী চিৰদিন সকলোৰে বাবে প্ৰেৰণাৰ উৎস হৈ ৰ'ব।

আজি গুৱাহাটী মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসমৰ জেষ্ঠ পৰ্যবেক্ষক ভুপেশ বাঘেল ডাঙৰীয়াই ...
20/01/2026

আজি গুৱাহাটী মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসমৰ জেষ্ঠ পৰ্যবেক্ষক ভুপেশ বাঘেল ডাঙৰীয়াই অনুষ্ঠিত কৰা এখন সংবাদ মেলত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া , বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া , সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আৰু লাহৰীঘাট সমষ্টিৰ মাননীয় বিধায়ক ডাঃ আছিফ নাজাৰ ডাঙৰীয়া ।

Indian National Congress - Assam
Bhanwar Jitendra Singh
Gaurav Gogoi
Debabrata Saikia

Address

Laharighat
Morigaon
782127

Website

Alerts

Be the first to know and let us send you an email when Asif Nazar Friend Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share