
01/05/2022
#জোন★
অ জোন , অ জোন
তোমাৰ মুখনি দেখিয়েই
নূপুৰ বাজিছে ৰুণ্জুন্ - ৰুণ্জুন্ ।
ৰাতিৰ আকাশত তৰাবোৰৰ মাজত
তুমি জিলিকি থকা দেখি ...
চৰাইবোৰেওঁ গীত গাই গুণ্ - গুণ্ ।
তোমাৰ পোহৰ জিল্মিল্ - জিল্মিল্
ৰাতি সুৰ যুৰে সুহুঁৰি মাৰে কিৰ্ - কিৰ্
মোৰো টোপনি আহে চিল্মিল্ - চিল্মিল্ ।
ৰাতিপুৱাই চৰাইবোৰে কল্কলাই
টোপনিৰ পৰা সাৰ পাই আকাশলৈ চাওঁ ...
অ জোন ! তুমি আকাশতেই নাইছোন ।
সৌৰভ বৰদলৈ