নগাঁও লোকসভা নিৰ্বাচন

নগাঁও লোকসভা নিৰ্বাচন ONLY ENTERTENTMENT

17/12/2023

সংখ্যালঘূ সমষ্টিত সংখ্যালঘূ সম্প্ৰদায়ৰ প্ৰাৰ্থী দিব লাগে যদি সংখ্যালঘূৰ প্ৰতি সচাকৈয়ে দৰদ আছে কংগ্ৰেছৰ

আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনত নগাও লোকসভা সমষ্টিৰ পৰা আমি কোনজন প্ৰাৰ্থীক জয়ী কৰাম ।এজন সংখ্যালঘূ মূছলমান সকলৰ শ্ৰদ্ধা...
16/12/2023

আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনত নগাও লোকসভা সমষ্টিৰ পৰা আমি কোনজন প্ৰাৰ্থীক জয়ী কৰাম ।এজন সংখ্যালঘূ মূছলমান সকলৰ শ্ৰদ্ধাৰ মৰহুম মুফতি চাহাৱৰ সূযোগ্য সন্তান সংখ্যালঘূ জনসাধাৰণৰ কণ্ঠ আলহাজ আমিনূল ইছলাম চাহাৱক নে আনজন অসমত D voter ৰ প্ৰৱৰ্তক ডিটেনশ্বন কেম্পৰ প্ৰতিষ্ঠাপক নেতা তৰুণ গগৈৰ সন্তান গৌৰৱ গগৈক । আমি নগাওঁবাসীয়ে চিন্তা কৰাৰ সময় সমাগত।

লাহৰিঘাট সমষ্টিত AIUDF ৰ সভাপতি তথা ধুবুৰীৰ সাংসদ সন্মানীয় মৌলানা বদৰুদ্দিন আজমল চাহাবৰ বিশাল জন সভাৰ দৃশ্য।Date 14/11/...
14/11/2023

লাহৰিঘাট সমষ্টিত AIUDF ৰ সভাপতি তথা ধুবুৰীৰ সাংসদ সন্মানীয় মৌলানা বদৰুদ্দিন আজমল চাহাবৰ বিশাল জন সভাৰ দৃশ্য।
Date 14/11/2023

আজি ধিং সমষ্টিৰ  সন্মানীয় বিধায়ক আমিনূল ইছলাম ডাঙৰীয়াৰ  উপস্থিতিত ধুনীয়াভেটিত কংগ্ৰেছ দলৰ কেইবাজনো কৰ্মী এ-আই-ইউ-ডি-এফ ...
13/11/2023

আজি ধিং সমষ্টিৰ সন্মানীয় বিধায়ক আমিনূল ইছলাম ডাঙৰীয়াৰ উপস্থিতিত ধুনীয়াভেটিত কংগ্ৰেছ দলৰ কেইবাজনো কৰ্মী এ-আই-ইউ-ডি-এফ দলত যোগদান কৰে।

12/11/2023

অহা ১৪ তাৰিখে লাহৰিঘাট সমষ্টিত হবলগীয়া বিশাল গণ সমাবেশলৈ লাহৰিঘাট সমষ্টিবাসীক উপস্থিত থাকিবলৈ আহব্বান মৰিগাঁও জিলা এ আই ইউ ডি এফৰ সন্মানীয় নেতা ছিদ্দিক আহমেদ চাহাৱৰ ।

অহা ইং ১৪/১১/২০২৩ তাৰিখে লাহৰিঘাট ব্লক খেলপথাৰত অনুষ্ঠিত হবলগা A.I.U.D.F দলৰ বিশাল গণসমাবেশৰ প্ৰস্তুতি উপলক্ষে লাহৰিঘাট ...
12/11/2023

অহা ইং ১৪/১১/২০২৩ তাৰিখে লাহৰিঘাট ব্লক খেলপথাৰত অনুষ্ঠিত হবলগা A.I.U.D.F দলৰ বিশাল গণসমাবেশৰ প্ৰস্তুতি উপলক্ষে লাহৰিঘাট সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ ৰাইজৰ লগত মত বিনিময় কৰে ধিং সমষ্টিৰ সন্মানীয় বিধায়ক সংখ্যালঘূৰ কন্ঠ আলহাজ আমিনূল ইছলাম চাহাৱ লগতে মৰিগাঁও জিলা AIUDF ৰ সন্মানীয় সভাপতি তথা লাহৰিঘাটৰ নয়নৰ মণি ছিদ্দিক আহমেদ চাহাৱ

Address

Morigaon
782127

Telephone

+916002130904

Website

Alerts

Be the first to know and let us send you an email when নগাঁও লোকসভা নিৰ্বাচন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share