Imran AI

Imran AI হাই বন্ধুরা এইটা আমার নতুন page আশা করি সবাই একটু ভালোবাসা দিবেন👍 ✅
(1)

26/11/2025

পৱিত্ৰ সদনত মুখ্যমন্ত্ৰীৰ মুখৰ কথা আৰু প্ৰকৃত বাস্তৱ!

25/11/2025

আজি বিশ্বনাথত জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত প্রদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া,প্রদেশ কংগ্ৰেছৰ প্রক্তন সভাপতি ৰিপুন বৰা ডাঙৰীয়াৰ উপস্থিতিত “অসমৰ ভবিষ‍্যত অসমীয়াৰ হাতত “ শীৰ্ষক এক বৃহৎ প্রতিবাদী কার্যসূচী ৰূপন কৰা হয়।

25/11/2025

'পলিটিক্স নকৰিবা বন্ধু' গানটো জুবিনদাই সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাবেই গোৱা নাছিলনে? এতিয়া মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছে যে আমাৰ বাবেহে বোলে এইটো গান গাইছিল! অথচ 'কা' আন্দোলনৰ সময়ত চৰকাৰৰ আচৰণত ক্ষোভিত হৈ এইটো গান গাইছিল বুলি অসমৰ ৰাইজ সকলোৱে জানে!



Akhil Gogoi
Himanta Biswa Sarma

25/11/2025

লাহৰীঘাটত আজি SBI , ATM শুভ উদ্বোধন কৰে লাহৰীঘাট সম জিলাৰ আৰক্ষী অধীক্ষক ড° দিগন্ত বৰুৱা দেৱে।

24/11/2025

চৰকাৰৰ 🤦মাত্ৰ ₹ ১১৭ মচুৰ দাইল, নিমখ, আৰু চেনি |


23/11/2025

বহুবিবাহৰ প্ৰভাৱ সম্প্ৰদায় বিশেষে বেছি-কম থাকিব পাৰে, কিন্তু বহুবিবাহৰ আইন সকলোৰে বাবে সমানে প্ৰযোজ্য হ'ব৷

Himanta Biswa Sarma

23/11/2025

'২৬ৰ নিৰ্বাচনত কংগ্ৰেছে ২২টা সমষ্টিতে যুঁজখন দিব৷ ইতিমধ্যে সেই সমষ্টিকেইটাৰ প্ৰাৰ্থীৰ মাজত টিকটৰ দৰ-দাম আৰম্ভ হৈছে৷

মিঞা মুছলমানসকল কংগ্ৰেছৰ অক্সিজেন, কংগ্ৰেছৰ ৰাজনীতি সেইসকলৰ মাজতে মজি থাকে৷ আমি ভেদাভেদ নোহোৱাকৈ মিঞাসকলকো প্ৰতিটো আঁচনিৰ সুবিধা প্ৰদান কৰিছোঁ, কিন্তু একে সময়তে অবৈধ দখল বিষয়টোক লৈও আমি সজাগ হৈ আছোঁ৷ বেয়াটোক বেয়া বুলি ক'বলৈ, ভালটোক ভাল বুলি ক'বলৈ আমি কুণ্ঠাবোধ নকৰোঁ৷

Himanta Biswa Sarma

23/11/2025

আহক আজি ৰাতিও শোৱাৰ আগতে 500 জন Followers গোটাই লওঁ সকলোৱে
Back to back

23/11/2025

জুবিনদাৰ কথা বহুতে পাহৰিছে বুলি শুনিছোঁ। আহক, আজি লিখোঁঃ

22/11/2025

লাহৰিঘাট সমষ্টিৰ অন্তৰ্গত বৰবড়ী বজাৰত আজি হৈ যোৱা কংগ্ৰেছৰ সভাত প্ৰায় দশ হাজাৰ মানুহৰ সমাগম গোটে আৰু ইমান মানুহৰ উপস্থিতিয়ে প্ৰমাণ কৰে আমাৰ সন্মানীয় বিধায়ক আছিফ মঃ নাজাৰ ডাঙৰীয়া পুনৰবাৰ যে বিধায়ক হিচাপে নির্বাচিত হব তাত কোনো সন্দেহ নাই।

Dr. Asif Nazar


22/11/2025

আপনাদের ভালোবাসায় আমার 9k Follow Complete এত ভালোবাসা দেওয়ার জন্য সবাইকে ধন্যবাদ

Address

Morigaon

Telephone

+916901701950

Website

Alerts

Be the first to know and let us send you an email when Imran AI posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category