30/06/2026
Nagabandha Jatiya Bidyalay Njb
2025-2026 বৰ্ষৰ অসম জাতীয় বিদ্যালয় ন্যাসৰ অধীনত অনুষ্ঠিত হোৱা ৰাজ্যিক ভিত্তিত বৃত্তি পৰীক্ষাত বিভিন্ন ৰেংক পোৱা নগাবন্ধা জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক মানপত্ৰ আৰু মাননি প্ৰদান কৰা হয়।