Haji Abdul Salam Adarsha Markaz academy

Haji Abdul Salam Adarsha Markaz academy Haji Abdul Salam Adarsha Markaz Academy(Gagalmari Ashighar)

Life is like riding a bicycle. To keep your balance, you must keep moving.
26/11/2025

Life is like riding a bicycle. To keep your balance, you must keep moving.


25/11/2025

A moment of joy in the morning assembly of the dear students.





24/11/2025

আজিও স্কুলৰ কাষেৰে পাৰ হৈ যাওঁতে স্কুলে হাত জোকাৰি কয়, “আহ, অলপ পঢ়া , বন্ধু-বান্ধৱীৰ লগত অলপ খেলা”। স্কুলৰ দিনবোৰ সঁচাকৈয়ে মধুৰ আছিল।,

24/11/2025
23/11/2025

স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু।




23/11/2025

এদিন ডাঙৰ হোৱাৰ সপোন দেখি দিনবোৰ পাৰ‌ হৈছিল, এতিয়া এটাই দুখ শৈশৱক কিয় হেৰুৱালো ।

পৃথিৱীৰ সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও, আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই কেতিয়াও বেইমানি নকৰে l
23/11/2025

পৃথিৱীৰ সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও, আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই কেতিয়াও বেইমানি নকৰে l

সময় বৰ নিষ্ঠুৰ,মানুহক সলনি কৰি পেলায়, আগৰ সেই ভাল লগা সময় বোৰ আকৌ যদি ঘূৰাই পালো হয়!!!!!!.......         আচলতে সময়ৰ ...
23/11/2025

সময় বৰ নিষ্ঠুৰ,মানুহক সলনি কৰি পেলায়, আগৰ সেই ভাল লগা সময় বোৰ আকৌ যদি ঘূৰাই পালো হয়!!!!!!.......
আচলতে সময়ৰ গাত ভূল নাই কিছুমানে নিজ ইচ্ছাত সলনি হয়....



ৰঘুনাথ চৌধাৰীদেৱৰ অনন্য সাহিত্যিক অৱদানে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি   থৈ গৈছে। অসমীয়া ভাষা-সাহিত্যৰ অক্লান্ত কৰ্মীৰ...
18/11/2025

ৰঘুনাথ চৌধাৰীদেৱৰ অনন্য সাহিত্যিক অৱদানে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। অসমীয়া ভাষা-সাহিত্যৰ অক্লান্ত কৰ্মীৰূপে চৌধুৰীদেৱৰ এই অৱদান প্ৰতিটো প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।............................

জোনাকী যুগৰ বৰেণ্য কবি-সাহিত্যিক, "বিহগী কবি" ৰঘুনাথ চৌধাৰীদেৱক পৱিত্ৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।.............................

প্ৰকৃতিপ্ৰেম আৰু মানৱীয় অনুভূতিৰ কাব্যিক উপস্থাপনেৰে অসমৰ কাব্য সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰি গৈছে চৌধাৰীদেৱে।

18/11/2025

Address

Mayong(Morigaon)
Morigaon
782411

Website

Alerts

Be the first to know and let us send you an email when Haji Abdul Salam Adarsha Markaz academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share